• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসৰ দিনাই অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰক : আছু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 14, 2019 9:18 pm
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসৰ দিনাই অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই আজি গুৱাহাটীৰ উজানবজাৰস্থিত চহিদ ন্যাসত এক সংবাদমেল সম্বোধন কৰি কয়, ‘১৯৮৫ চনতে ইন্দিৰা গান্ধীয়ে দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অসম চুক্তি সম্পাদিত হোৱাৰ কথা ঘোষণা কৰিছিল। সেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত কাইলৈ দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীয়ে অসম চুক্তিৰ প্ৰত্যেকটো দফা কিমান দিনৰ ভিতৰত কাৰ্য্যকৰী হ’ব, সেই সম্পৰ্কত সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰিবলৈ আহ্বান জনাইছো।‘

Apply Now

তদুপৰি, চুক্তি সম্পাদিত হোৱা আজিৰ এই দিনটোতে অসম আন্দোলনৰ জাতীয় চহিদসকলক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয় ‘চহিদৰ ত্যাগক অথলে যাব দিব নোৱাৰি। চৰকাৰক ক’ব খোজো অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰক।‘

ভট্টাচাৰ্য্যৰ মতে, চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো দিল্লী-দিচপুৰৰ কোনো এখন চৰকাৰেই অসম চুক্তিৰ দফাসমূহ কাৰ্য্যকৰী কৰিবলৈ কোনো পদক্ষেপ হাতত লোৱা নাই।

‘যোৱা ৩৪ বছৰে সকলো দলৰে চৰকাৰ শাসনত আছিল। কিন্তু কোনো দলৰ চৰকাৰেই জলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থানীয় সমাধান কৰাৰ বাবে পদক্ষেপ নল’লে। বিদেশী চিনাক্তকৰণ নহ’ল, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন নহ’ল, বহিস্কাৰ নহ’ল। বাংলাদেশী অহা বাটটো ভাৰত-বাংলাদেশ সীমান্ত চীল নহ’ল। অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰা নহ’ল। অসমৰ বাবে অৰ্থনৈতিক বিকাশৰ ব্যৱস্থা লোৱা নহ’ল। জনজাতীয় বেল্ট-ব্লক সত্ৰৰ মাটি সুৰক্ষিত নহ’ল। আনকি অশোক কাগজকলটোও মুকলি কৰা নহ’ল। এইটোৱেই বাস্তৱ প্ৰতিচ্ছবি।‘ ভট্টাচাৰ্য্যৰ মত।

ইপিনে, অসম চুক্তিৰ ‘ফল’ অসমৰ ৰাইজে বৰ্তমানলৈকে লাভ কৰা নাই বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন ‘অসম চুক্তি ঐতিহাসিক চুক্তি আৰু এক ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি, আৰু কিমান দিন ৰ’ম? ৩৪ বছৰে আমি ৰ’লো, ফল পাবলৈ আৰু কিমান দিন ৰ’ব লাগিব?’

‘আশ্বাস প্ৰতিশ্ৰুতিয়ে আমাক আশ্বস্ত কৰিব নোৱাৰে।‘ ভট্টাচাৰ্য্যই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd