• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১২০ কোটি মাইল দূৰৰ গ্ৰহাণুৰ পৰা ২৫০ গ্ৰাম ধূলি-শিল লৈ পৃথিৱীলৈ উভতি আহিল নাছাৰ মহাকাশযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2023 11:00 am
ফটো সৌজন্য: নাছা।

ফটো সৌজন্য: নাছা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাছাৰ অ’চিৰিছ ৰেক্স মহাকাশযানখন গ্ৰহাণু বেন্নুৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ উভতি আহিছে। দেওবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৮:২২ বজাত আমেৰিকাৰ উটাহ মৰুভূমিত অৱতৰণ কৰে ৰিটাৰ্ণ কেপচুলটো। ইতিমধ্যে কেপচুলটো উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

নাছাৰ তথ্য অনুসৰি উটাহ মৰুভূমিলৈ এখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পিছতে টেক্সাছৰ নাছাৰ পৰীক্ষাগাৰলৈ লৈ যোৱা হ’ব এই গ্ৰহাণুৰ নমুনা। বেন্নুৰ গ্ৰহাণুৰ পৰা প্ৰায় ২৫০ গ্ৰাম ধূলি আৰু শিলৰ নমুনা লৈ কেপচুলটো পৃথিৱীলৈ উভতি আহিছে। ১১ অক্টোবৰত নাছাই এই অধ্যয়নৰ তথ্য প্ৰকাশ কৰিব।

ফটো সৌজন্য: নাছা।

উল্লেখ্য যে নাছাই এই প্ৰথমবাৰৰ বাবে কোনো গ্ৰহাণুৰ নমুনা সংগ্ৰহ কৰিছে। ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত ফ্ল’ৰিডাৰ কেপ কানাভেৰেল স্পেচ ফ’ৰ্চ ঘাটিৰ পৰা উৎক্ষেপণ কৰা হৈছিল অ’চিৰিছ ৰেক্স।

Apply Now

২০১৮ চনৰ ৩ ডিচেম্বৰত নাছাৰ মহাকাশযানখনে ১.২ বিলিয়ন মাইল দূৰত থকা বেন্নুৰ গ্ৰহাণুৰ কাষ চাপিছিল। ২০২০ চনৰ অক্টোবৰ মাহত মহাকাশযানখনে মাত্ৰ ১০ ছেকেণ্ডৰ বাবে বেন্নু গ্ৰহাণুৰ পৃষ্ঠভাগ স্পৰ্শ কৰিছিল। সংগ্ৰহ কৰিছিল ধূলি আৰু শিলৰ নমুনা। নমুনা সংগ্ৰহৰ উপৰিও মহাকাশযানখনে কক্ষপথৰ পৰা এই গ্ৰহাণুটোৰ ওপৰত অধিক অধ্যয়ন চলাইছিল। ২০২১ চনৰ মে’ মাহত অ’চিৰিছ ৰেক্সে পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰে।

ফটো সৌজন্য: নাছা।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, বেন্নুৰ গ্ৰহাণুৰ পৰা ৰিটাৰ্ণ কেপচুলটো পৃথিৱীলৈ উভতি আহিলেও অ’চিৰিছ ৰেক্স মহাকাশযানখনৰ অভিযান এতিয়াও শেষ হোৱা নাই। ৰিটাৰ্ণ কেপচুলটো পৃথিৱীৰ বায়ুমণ্ডলত এৰি দি সেই দিনটোতে ই নতুন অভিযানলৈ ৰাওনা হয়।

Live Now: #OSIRISREx delivers the US's first pristine asteroid sample after a 3.86 billion-mile journey. Watch landing live from @DeptOfDefense's Utah Test & Training Range. Use #AskNASA to send us your questions. https://t.co/biS33u6RtP

— NASA (@NASA) September 24, 2023

মহাকাশযানখনৰ পৰৱৰ্তী অভিযান হ’ল শিলৰ গ্ৰহাণু এপ’ফিছক ভালদৰে নিৰীক্ষণ কৰা। সেয়ে, মহাকাশযানখন ইতিমধ্যে এপ’ফিছ গ্ৰহাণুলৈ যোৱাৰ পথত ৰাওনা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd