DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২৪ জুলাইত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব বৃহৎ উল্কাপিণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2020 1:06 pm
RTS1TY6I-770x433
380
VIEWS
Share on FacebookShare on Twitter

এক বৃহৎ উল্কাপিণ্ড দুৰন্ত গতিৰে পৃথিৱীৰ দিশে ধাৱমান হৈ আছে। ২৪ জুলাইৰ দিনা এই উল্কাপিণ্ডই পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব।

লণ্ডন চহৰখনতকৈ প্ৰায় ১.৫ গুণে বৃহৎ এই উল্কাপিণ্ডৰ আগমণৰ কথা পৰেকাশ কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই।

নাছাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাবলগীয়া উল্কাপিণ্ডটোৰ নাম হৈছে ২০২০ এন ডি।

উল্কাপিণ্ডটোৱে ঘন্টাত ৪৮ হাজাৰ কিলোমিটাৰ বেগেৰে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব।

সেই সময়ত পৃথিৱী আৰু উল্কাপিণ্ডটোৰ মাজৰ দূৰত্ব হ’ব ৫,০৮৬,৩২৭ কিলোমিটাৰ।

মহাকাশৰ ক্ষতিকাৰক উল্কাপিণ্ড সমূহৰ মাজৰে এটা এই উল্কাপিণ্ডটোৱে পিছে পৃথিৱীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ আশংকা তেনেই কম বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে।

নাছাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে উল্কাপিণ্ডই পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ৩ লাখ ভাগৰ ভিতৰত এভাগহে থাকে।

কেতিয়াবা যদি কোনো উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰেও তেন্তে ইয়াৰ ফলত হ’ব পৰা ক্ষতিৰ পৰিমাণ তেনে কম বুলিও বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।

২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাবলগীয়া উল্কাপিণ্ডটোক লৈ সেয়ে শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি নাছাই কৈছে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd