• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আহি আছে ‘2020 XU6’ : ২২ ফেব্ৰুৱাৰীত কি ঘটিব পৃথিৱীত ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2021 9:00 am

1 min read

a astro
248
VIEWS
Share on FacebookShare on Twitter

২২ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ববাসীৰ বাবে এটা সংশয়পূৰ্ণ দিন হ’ব ।

কাৰণ সেই দিনটোতে ষ্টেছু অৱ লিবাৰ্টিতকৈ প্ৰায় দুগুণ বৃহৎ এটা গ্ৰহাণুৱে পৃথিবীৰ নিছেই কাষেৰে পাৰ হৈ যাব।

‘2020 XU6’ নামৰ এই গ্ৰহাণুটোৱে ২২ ফেব্ৰুৱাৰীৰ দিনা পৃথিৱীৰ পৰা প্ৰায় ৩০ হাজাৰ মাইল দূৰত্বত অৱস্থান কৰিব ।

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা মতে গ্ৰহাণুটোৱে তীব্ৰ বেগেৰে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব যদিও ই পৃথিৱীত খুন্দা মৰাৰ আশংকা তেনেই কম।

২২১ মিটাৰ দৈৰ্ঘ্যৰ গ্ৰহাণুটোৱে প্ৰতি ঘণ্টাত ৩০ হাজাৰ ২৪০ কিলোমিটাৰ বেগেৰে পৃথিৱীৰ দিশে আগুৱাই আহি আছে।

নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে পৃথিৱীৰ কাষৰে-পাজৰে প্ৰায় ১৮ হাজাৰটা গ্ৰহাণুৱে ঘূৰি আছে যদিও সেইবোৰৰ মাজৰে ১৮০০ টা গ্ৰহাণুহে পৃথিৱীৰ বাবে বিপজ্জনক বুলি চিহ্নিত কৰা হৈছে।

পৃথিৱীৰ দিশে আহি থকা গ্ৰহাণুটোৰ ওপৰত নাছাৰ বিজ্ঞানীসকলে তীক্ষ্ণ নজৰ ৰাখিছে আৰু গ্ৰহাণুটোৱে পৃথিৱীৰ কোনো ক্ষতিসাধন নকৰিব বুলিয়েই বিজ্ঞানীসকলে আশা পোষণ কৰিছে।

উল্লেখ্য চাইবেৰিয়াকে ধৰি বিশ্বৰ বহু ঠাইত মহাজাগতিক উপাদানে  খুন্দা মৰাৰ ফলত পূৰ্বে বহু ক্ষতি হৈছিল।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd