• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰবল ইচ্ছাশক্তি! ১০৪বছৰীয়া বৃদ্ধ আনন্দীয়ে কৰ’নাক পৰাজিত কৰি সুস্থ হৈ উভতিল গৃহলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 7:42 am
WhatsApp Image 2020-07-06 at 7.08.08 AM

হাস্পাতলৰ পৰা উভতিছে কৰ'না জয়ী বৃদ্ধ আনন্দ ঝা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বয়সৰ ভৰত হালি পৰা, হাতত লাঠি লৈ খোজকঢ়া ১০৪বছৰীয়া বৃদ্ধ এই ব্যক্তিগৰাকীয়ে প্ৰতিহত কৰিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ।

প্ৰবল ইচ্ছাশক্তিৰ ফলত কোভিড-১৯ৰ বিৰুদ্ধে বিজয়ী হৈ ঘৰলৈ উভতিল মহাৰাষ্ট্ৰৰ প্ৰবীণতম ব্যক্তি আনন্দী।

Apply Now

নিজৰ ৪৮ বছৰীয়া পুত্ৰ মুকেশৰ হাত ধৰি হাস্পাতলৰ পৰা ঘৰলৈ উভতি আহে সুস্থ আনন্দী ঝা।

যোৱা ২৩ জুনত থানেৰ বেদান্ত হাস্পাতলত তেওঁক ভৰ্তি কৰোৱা হৈছিল। ১১দিন ধৰি চলিছিল আনন্দীৰ কৰ’নাৰ চিকিৎসা।

বিল্ডাৰ পুত্ৰ মুকেশৰ পৰাই তেওঁৰ দেহত কৰ’না সংক্ৰমণ ঘটা বুলি কোৱা হৈছে।

মুকেশৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছতেই পিতৃকে ধৰি পৰিয়ালৰ সকলোৰে কৰ’না পৰীক্ষা কৰোৱা হয়।

মুকেশৰ পত্নী আৰু ভতিজাৰ বাদে আটাইৰে দেহত কৰ’না পজিটিভ ধৰা পৰে।

পিতৃ আনন্দী ঝাৰ বয়স শতবৰ্ষ অতিক্ৰম কৰালৈ চাই সকলো তেওঁক লৈ চিন্তিত আছিল। সেয়েহে, তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুকেশ আৰু তেওঁৰ তিনিগৰাকী সন্তানে হোম কোৱাৰেন্টাইনত থাকে।

বেদান্ত হাস্পাতলত বৃদ্ধ আনন্দী ঝাৰ চিকিৎসা কৰা চিকিৎসক ডাঃ মোহন ভানুশালীয়ে জানিবলৈ দিয়ে যে যদিও তেওঁৰ শৰীৰত জ্বৰ আছিল, তেওঁৰ অক্সিজেনৰ পৰিমান, ৰক্তচাপ তথা আন সকলো স্বাভাৱিক আছিল।

ইপিনে, পৰিয়ালৰ লোকে ঘৰৰ মুল মানুহজন সুস্থ হৈ উভতি অহাত স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে। শতায়ু অতিক্ৰম কৰা এই ব্যক্তিৰ কৰ’না জয়ী কাহিনীয়ে সকলোকে অনুপ্ৰাণিত কৰিছে।

চিকিৎসকৰ মতে, আনন্দী ঝা এক উদাহৰণ হৈ পৰিছে। বয়সস্থ ব্যক্তিয়ে কোভিড-১৯ৰ সৈতে যুঁজ দিব নোৱাৰে বুলি থকা ধাৰণা ভুল প্ৰমাণিত কৰিলে এই বৃদ্ধ ব্যক্তিগৰাকীয়ে।

স্বাভাৱিকতে প্ৰবল ইচ্ছাশক্তিয়ে আনন্দী ঝাৰ কৰ’নাৰ বিৰুদ্ধে জয়ত বিশেষ ভূমিকা লোৱা বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd