DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অমিক্ৰন-শীতপ্ৰবাহে কাবু কৰিছে ৰাজধানী চহৰ নতুন দিল্লীক, আজি কিমান হ’ল তাপমাত্ৰা?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 19, 2021 4:01 pm
100
VIEWS
Share on FacebookShare on Twitter

অমিক্ৰনৰ সংক্ৰমণৰ লগতে প্ৰচণ্ড শীতেও জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ৰাজধানী চহৰ নতুন দিল্লীত।

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰিয়েই ৰাজধানী চহৰ নতুন দিল্লীক কোৱাই গৈছে প্ৰচণ্ড শীত প্ৰৱাহে। ৰাজধানী চহৰ খনত আজি সৰ্ব নিম্ন তাপমাত্ৰা হয়গৈ ৪.৬ ডিগ্ৰী চেলছিয়াছ।

শীতৰ সমান্তৰাল ভাবে ঘন কুঁৱলীয়ে আৱৰি ধৰিছে সমগ্ৰ চহৰ খনকে। বিভিন্ন ছাইৰ পৰা একাধিক সৰু-বৰ পথ দুৰ্ঘটনাৰ খবৰ আহিছে।

ৰাজধানী চহৰ খনত আজি পুৱাই সৰ্বনিম্ন তাপমাত্ৰা হোৱা পৰিলক্ষিত হয়।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত দিল্লীৰ তাপমাত্ৰা আছিল ৪.৬ ডিগ্ৰী চেলচিয়াছ।

ৰাজধানী চহৰ খনত এনেদৰে তাপমাত্ৰা নিম্নগামী হোৱাৰ ফলত বন্ধ হৈ পৰিছে বহু দোকান-পোহাৰ।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি দিল্লীত এতিয়া ক’ৰ’ণা ভাইৰাছে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰা দেখা গৈছে

ৰাজধানী চহৰ খনত ২০ জনৰো অধিক লোক অমক্ৰিনত আক্ৰান্ত হৈছে।

মাজতে দিল্লীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভালেখিনি কমি গৈছিল যদিও শীতৰ আগমণৰ লগে লগে পুনৰ দিল্লীত ক’ৰ’ণাই নতুন আতংকৰ সৃষ্টি কৰিছে।

উল্লেখ্য দিল্লীত শীত প্ৰবাহ পুনৰ বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈ আহিছে।

প্ৰতি বছৰে শীতপ্ৰবাহৰ ফলত দিল্লীত বহু লোকৰ মৃত্যুও ঘটি আহিছে।

Recent News

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd