• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনত ৰাছিয়াৰ তাণ্ডৱলীলা! পুটিন বাহিনীৰ বৃহৎ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ, নিহত কমেও ১১ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 12:44 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ আক্ৰমণাত্মক হৈ পৰিছে ৰাছিয়া। ইউক্ৰেইনৰ ৰাজধানী কিয়েভ, ড্নিপ্ৰ’ আৰু খাৰ্কিভকে ধৰি ডাঙৰ ডাঙৰ চহৰবোৰত ৰাছিয়াৰ ভয়াৱহ বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ৬০ জনতকৈ অধিক আহত হয়।

মঙলবাৰে পুৱা সংঘটিত হয় এই আক্ৰমণ। ‘মস্কোৱে আন এক ভয়ংকৰ আক্ৰমণৰ প্ৰস্তুতি চলাইছে’ বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে সকীয়াই দিয়াৰ মাত্ৰ কেইদিনমান পিছতে এই আক্ৰমণ সংঘটিত হৈছে।

Apply Now

ড্নিপ্ৰ’ অঞ্চলৰ গৱৰ্ণৰ অলেক্সেণ্ড্ৰ হানজাই টেলিগ্ৰামযোগে কয় যে চহৰখনত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণত ৫ জন লোক নিহত হোৱাৰ লগতে ২৫ জন আহত হৈছে। আহতসকলক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আক্ৰমণৰ পিছত কেইবাটাও ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হয়, গাড়ীত জুই লাগে আৰু শিশুৰ খেলপথাৰ এখনো ক্ষতিগ্ৰস্ত হয়।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ মেয়ৰ ভিটালি ক্লিচকোৱে কয় যে চহৰখনত শিশুকে ধৰি কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে ৫১জন লোক আহত হৈছে। ২৪ মহলীয়া অট্টালিকা এটা মিছাইলৰ খুন্দাত আংশিকভাৱে ভাঙি বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে। ৯ মহলীয়া এটা অট্টালিকাতো অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হয়।

এই আক্ৰমণৰ সময়ত কিয়েভৰ মেট্ৰ’ ষ্টেচনত আশ্ৰয় লৈছিল হাজাৰ হাজাৰ লোক। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তেওঁলোক বেগ, বিচনা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ ভূগৰ্ভস্থ আশ্ৰয় শিবিৰত আছিল, আনহাতে বায়ু প্ৰতিৰক্ষাই ৰাছিয়াৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ সক্ৰিয়ভাৱে চেষ্টা কৰি আছে।

ইফালে ইউক্ৰেইনৰ খাৰকিভ অঞ্চলত ড্ৰ’ন আৰু মিছাইল আক্ৰমণত এটি শিশুসহ কমেও ১০ জন লোক আহত হোৱা বুলি মেয়ৰ ইহ’ৰ টেৰেখভে জানিবলৈ দিয়ে।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। এতিয়াও চলি আছে। দুয়োখন দেশৰ দীৰ্ঘদিনীয়া সংঘাতত শান্তি আলোচনাৰ বিশেষ অগ্ৰগতি হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

August 6, 2026 5:48 pm
লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm
বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

August 6, 2026 4:27 pm
জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

August 6, 2026 5:48 pm
লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd