• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত কমেও ১২জন মাওবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2025 2:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযানত পুনৰবাৰ বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। মঙলবাৰে পুৱা ছত্তীশগড় জিলাৰ গৰিয়াবন্ধৰ কুলাৰীঘাট সংৰক্ষিত বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা তীব্ৰ সংঘৰ্ষত কমেও ১২জন মাওবাদী নিহত হয়। উক্ত ঘটনাস্থলী ওড়িশাৰ নুৱাপাৰা জিলাৰ সীমান্তৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই অভিযান অব্যাহত থকাৰ বাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ছত্তীশগড় আৰক্ষীৰ ডি জি ৱাই বি খুৰনিয়াই জানিবলৈ দিয়া মতে, ওড়িশা, ছত্তীশগড় আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)য়ে যৌথভাৱে মাওবাদী বিৰোধী অভিযান চলাইছিল। সোমবাৰে পুৱাৰে পৰা আৰম্ভ হয় এই অভিযান। এই অভিযানৰ প্ৰধান উদ্দেশ্য হৈছে সীমান্ত অঞ্চলজুৰি মাওবাদীৰ চলাচল ব্যৰ্থ কৰা। এই অঞ্চলত তেওঁলোকৰ কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

Apply Now

অভিযানৰ সময়ত প্ৰথমে গুলিয়াগুলীত দুগৰাকী মহিলা মাওবাদী নিহত হয়। তদুপৰি এজন কোব্ৰা জোৱান আহত হয়। সোমবাৰে গভীৰ নিশা আৰু মঙলবাৰে পুৱাৰ ভাগত ছত্তীশগড়-ওড়িশা সীমান্তৰ মইনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন অৰণ্যত নতুনকৈ সংঘৰ্ষৰ সূত্ৰপাত হয়। সূত্ৰ অনুসৰি এই আক্ৰমণত আৰু ১২জন মাওবাদী নিহত হয়।

বিষয়াগৰাকীয়ে কয় যে জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), ছত্তীশগড়ৰ কোব্ৰা আৰু ওড়িশাৰ বিশেষ অভিযান গোট (এছ অ’ জি)য়ে এই  যৌথ অভিযান চলায়। ওড়িশাৰ নুয়াপাৰা জিলাৰ সীমান্তৰ পৰা ৫ কিলোমিটাৰ দূৰত ছত্তীশগড়ৰ কুলাৰিঘাট বনাঞ্চলত মাওবাদীৰ উপস্থিতিৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত ১৯ জানুৱাৰীৰ নিশা এই অভিযান আৰম্ভ কৰা হয়। ঘটনাস্থলীৰ পৰা এটা ৰাইফলকে ধৰি বহু সংখ্যক আগ্নেয়াস্ত্ৰ, গুলী আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদীক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা বছৰ ২১৭জন মাওবাদী নিহত হৈছে। যাৰ ভিতৰত আবুজাম্মাদ আৰু ইয়াৰ আশে-পাশে ১০০ৰো অধিক মাওবাদী নিহত হৈছিল। তদুপৰি ৮০০ৰো অধিক মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। প্ৰায় ৮০২ জন লোকে আত্মসমৰ্পণ কৰি অস্ত্ৰ-শস্ত্ৰ জমা দিছে। লগতে সেই বছৰ মাওবাদীৰ বিৰুদ্ধে হোৱা সংঘৰ্ষত প্ৰায় ১৮ জন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল আৰু ৬৫ জন সাধাৰণ নাগৰিক মাওবাদীৰ হাতত নিহত হত্যা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd