DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভয়ানক বান আৰু ভূমিস্খলন : ১২০ লৈ বৃদ্ধি মৃত্যু হোৱাৰ লোকৰ সংখ্যা

মধ্য আফ্ৰিকাৰ দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ ৰাজধানী কিনছাছাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত ১২০ জন লোকৰ মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 8:30 pm
129
VIEWS
Share on FacebookShare on Twitter

মধ্য আফ্ৰিকাৰ দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ ৰাজধানী কিনছাছাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত ১২০ জন লোকৰ মৃত্যু হৈছে।

প্ৰথম অৱস্থাত এই সংখ্যা ৫০ জন বুলি কোৱা হৈছিল যদি শেহতীয়া খবৰ অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১২০ গৰাকী বুলি জানিব পৰা গৈছে। কংগোৰ স্বৰাজ মন্ত্ৰালয়ৰ অংশ জেনেৰেল মেনেজমেণ্ট অৱ মাইগ্ৰেচনে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে।

কিনছাছা চহৰৰ আশে-পাশে থকা অঞ্চলসমূহ ধাৰাসাৰ বৰষুণৰ ফলত বোকাময় পানীৰে বুৰ গৈছে। পানীৰ ধাৰাল সোঁতত বাট-পথ ছিঙি যোৱাৰ বাবে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। বন্ধ হোৱা পথসমূহৰ ভিতৰত আছে এন ১ ঘাইপথ, যিয়ে কিনছাছাক মূল সাগৰীয় বন্দৰ মাটাদিৰ সৈতে সংযোগ কৰে।

উল্লেখ্য যে চাৰিদিন পৰ্যন্ত পথটো বন্ধ হৈ থাকিব পাৰে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নাগৰিক সকলক এক বিবৃতিযোগে জানিবলৈ দিছে।

স্বাস্থ্য মন্ত্ৰী জিন জেক ম্বুংগি ম্বাণ্ডাই ৰয়টাৰ্ছক জনোৱা মতে তেওঁৰ মন্ত্ৰালয়ে ১৪১ জন লোকৰ মৃত্যুৰ সংখ্যা গণনা কৰিছে। কিন্তু অন্য শ্ৰেণীৰ গণনা কৰা সংখ্যাৰ সৈতে ক্ৰছ-চেক কৰিব লাগিব।

 

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd