• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত ভাঙি পৰিল চাৰি মহলীয়া অট্টালিকা! দুজনৰ মৃত্যু, বহুকেইজন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2025 9:22 am
182
VIEWS
Share on FacebookShare on Twitter

দেশৰ কেইবাখনো চহৰত এটাৰ পিছত আনটো ওখ অট্টালিকা ভাঙি পৰাৰ খবৰৰ পিছত এইবাৰ ৰাজধানী দিল্লীত এটা ওখ অট্টালিকা ভাঙি পৰাৰ ঘটনা ঘটিছে।

দিল্লীৰ বুৰাৰীত এটা চাৰি মহলীয়া অট্টালিকা ভাঙি পৰিছে। অট্টালিকাটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিলহে মাত্ৰ। সোমবাৰে সন্ধিয়া “অস্কাৰ পাব্লিক স্কুল”ৰ সমীপৰ “কৌশিক এনক্লেভ”ত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীৰ পৰা এতিয়ালৈ মুঠ ১২ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে ২ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সময়ত ঘৰটোত ২০-২৫জন লোক আছিল। বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে অভিযোগ কৰে যে গাফিলতিৰ বাবেই বহুমহলীয়া অট্টালিকাটো ভাঙি পৰে।

বহুমহলীয়া অট্টালিকাৰ দুৰ্যোগৰ খবৰ পাই সাংসদগৰাকী অঞ্চলটোত উপস্থিত হয়। ঘটনাস্থলী পৰিদৰ্শন কৰি তেওঁ কয়, “নতুন ঘৰটো ভাঙি গ’ল। ক’ৰবাত গাফিলতি হোৱাটো স্পষ্ট। ইয়াৰ কাৰণ সোনকালে বিচাৰি উলিয়াব লাগিব। এই গাফিলতিৰ বাবে যি বা যিসকল দায়ী, তেওঁলোকক ৰেহাই দিয়া নহ’ব।”

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি এতিয়াও কেইবাজনো লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। তেওঁলোকক উদ্ধাৰৰ বাবে কাম চলি আছে।

সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ভাঙি পৰে বহুমহলীয়া অট্টালিকাটো। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে দ্ৰুতগতিত সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযানৰ বাবে মুঠ ৯ টা বাহিনী মোতায়েন কৰা হয়। ইয়াৰ উপৰিও দিল্লী অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকলেও উদ্ধাৰ অভিযানত সহযোগ কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd