DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

বানৰ কবলত দক্ষিণ আফ্ৰিকাৰ ডাৰবান চহৰ: তিনি শতাধিকতকৈও অধিক লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2022 10:01 am
flood in South Africa
157
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ ডাৰ্বান চহৰত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে। দীৰ্ঘ সময় ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত তিনি শতাধিকতকৈও অধিক লোকৰ হৈছে বুলি জানিবপৰা গৈছে।

দক্ষিণ আফ্ৰিকাৰ সামৰিক বাহিনীক যোৱা দুটা দিনত বানবিধ্বস্ত ডাৰ্বান আৰু ইয়াৰ চাৰিওফালৰ ইথেকউইনি মহানগৰীয় অঞ্চলত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ নিয়োজিত কৰা হৈছে।

বানৰ কবলত পৰা স্থানীয় লোকসকলৰ আশ্ৰয়ৰ বাবে ইতিমধ্যে স্থানীয় কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে।

ডাৰবানৰ জৰুৰীকালীন সেৱাৰ মুখপাত্ৰ ৰবাৰ্ট মেকেঞ্জিয়ে সংবাদ মাধ্যমক অৱগত কৰা মতে, জৰুৰীকালীন সেৱাসমূহে বানৰ কবলত পৰা এলেকাসমূত জনসাধাৰণক জৰুৰী সেৱা আগবঢ়াই আহিছে।

আনহাতে চহৰখনৰ প্ৰধান শক্তি কেন্দ্ৰসমূহ বানপানীত প্লাবিত হোৱাৰ ফলত চহৰখনত বিদ্যুতৰ যোগান প্ৰায় বন্ধ হৈ পৰিছে।

অৱশ্যে প্ৰশাসনে ইতিমধ্যে এইক্ষেত্ৰত উপযুক্ত কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

Recent News

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd