• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতিবৃষ্টিৰ কবলত উত্তৰাখণ্ড, কেৰালা; বানত বিপৰ্যস্ত জনসাধাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 9:03 am
Uttarakhand, Kerala Rains Updates
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিবৃষ্টিৰ কবলত বিপৰ্যস্ত হৈ পৰিছে উত্তৰাখণ্ড আৰু কেৰালা। ৰাজ্য দুখনত অতিবৃষ্টিৰ ফলত সৃষ্টি হোৱা বান আৰু খহনীয়াই প্ৰলয়ৰ সৃষ্টি কৰিছে।

উত্তৰাখণ্ডত একেৰাহে চতুৰ্থ দিনধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনত দুৰ্যোগৰ সৃষ্টি হৈছে। বানপানীৰ ফলত পথ আৰু দলং ধ্বংস হোৱাৰ লগতে বানত ডুব গৈছে বাসগৃহসমূহ।

উপচি পৰা জলাশয়সমূহে স্থানীয় লোক আৰু পৰ্যটকসকলক কিছুমান দূৰৱৰ্তী আৰু বিপদজনক স্থানত আৱদ্ধ কৰি ৰাখিছে।

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰাখণ্ডৰ ৰণিখেত আৰু আলমোৰা আজি পোনপটীয়াকৈ দ্বিতীয় দিনৰ বাবে সমভূমিৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।

Apply Now

আনহাতে নৈনিতালত সংযোগ কালি দিনটোৰ বেছিভাগ সময়ৰ বাবে নাইকিয়া হৈ যায়।

ৰাজ্যখনত কমেও ৫২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ভয়াৱহ ভূমিস্খলন আৰু আকস্মিক বানপানীৰ ফলত সৃষ্টি হোৱা ধ্বংসস্তুপৰ মাজত উদ্ধাৰ হৈছে বহু মৃতদেহ।

অৱশ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযানত উত্তৰাখণ্ডৰ পৰা ১,৩০০ ৰো অধিক লোকক স্থানান্তৰিত কৰিছে।

আনহাতে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাত ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰৰ ভিতৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৪২ জন লোকৰ মৃত্যু হৈছে। আনহাতে ৬ জন লোক সন্ধানহীন হৈ আছে বুলি বুধবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে জানিবলৈ দিয়ে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্যই দেখুৱাইছে যে দক্ষিণৰ ৰাজ্যখনত ১ ৰ পৰা ১৯ অক্টোবৰলৈ ১৩৫ শতাংশ অতিৰিক্ত বৰষুণ হৈছে।

১৬ অক্টোবৰত প্ৰচণ্ড বৰষুণৰ সময়ত IMD- এ অত্যাধিক ধাৰাসাৰ বৰষুণৰ ইঙ্গিত দি কেৰালাত ৰেড এলাৰ্ট জাৰি কৰিছিল।

কেৰালাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ৰাজ্যখনত প্ৰায় ৩০৪ টা সাহায্য কেন্দ্ৰ খোলা হৈছে। ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালেই আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে।

উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যখনত প্ৰায় ১১ টা NDRF দল মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। সেনা জোৱানসকল বায়ু সেনা আৰু নৌসেনাৰ সৈতে যুটীয়াভাৱে উদ্ধাৰ অভিযানত অংশ লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd