• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, ২৪ জন আহত, তীৰ্থ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 9:46 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰী কঢ়িয়াই অনা এখন বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত হাৰিয়ানাত ৮ জন লোকৰ মৃত্যু ঘটিছে। শুকুৰবাৰে নিশা প্ৰায় ১.৩০ বজাত হাৰিয়ানাৰ নুহ জিলাত সংঘটিত হয় এই ঘটনা। এই অগ্নিকাণ্ডত ২৪ জন লোক আহত হয়। বাছখনত প্ৰায় ৬০ জন যাত্ৰী আছিল। ইয়াৰে অধিকাংশই তীৰ্থযাত্ৰী।

বাতৰি অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখন বৃন্দাবন আৰু মথুৰাৰ পৰা তীৰ্থযাত্ৰীৰ সৈতে উভতি আহিছিল। খবৰ অনুসৰি বাছখনত আছিল হোছিয়াৰপুৰ, লুধিয়ানা আৰু চণ্ডীগড়ৰ যাত্ৰী। নুহৰ সমীপৰ কুণ্ডলী-মনেছাৰ-পালৱাল ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যাওঁতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়।

দুৰ্ঘটনাটোত অগ্নিদগ্ধ হৈ ৮ জন লোকৰ মৃত্যু হয়। চলন্ত বাছখনত অগ্নিকাণ্ড দেখি স্থানীয় লোকে সহায়ৰ হাত আগবঢ়ায়। আৰক্ষীক খবৰ দিয়া হয়। কিছু মুহূৰ্তৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ “সংবাদ মাধ্যম নিৰপেক্ষ নহয়, সেয়ে সংবাদমেল অনুষ্ঠিত নকৰো”! প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’ব বিচাৰিছে?

কিন্তু কিহৰ বাবে চলি থকা বাছখনত অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

বাছখনৰ এগৰাকী মহিলা যাত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, বাছখনত জুই লগাত তেওঁ বাছৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে। তেওঁ লগতে কয় যে এজন বাইকাৰে বাছখনত জুই জ্বলি থকা দেখি আগবাঢ়ি গৈ চালকক সতৰ্ক কৰি দিয়ে। কিন্তু সেই মুহূৰ্ততে জুই বিয়পি পৰিল।

যাত্ৰীজনৰ কথাত, “বাছৰ তলৰ পৰা শব্দ এটা শুনিলোঁ।” মই ভাবিলোঁ গাড়ীখন বাম্পাৰত খুন্দা মৰাৰ বাবেই শব্দ হৈছে। পিছত জ্বলি থকা গোন্ধ পাই বুজিলোঁ যে জুই লাগিছে। ইয়াৰ পিছতে এজন বাইকাৰে চালকজনক অগ্নিকাণ্ডৰ বিষয়ে সতৰ্ক কৰি দিয়ে। মই আগৰ চিটত বহি আছিলো। সেয়ে মোৰ জীৱন বচাবলৈ জপিয়াই পৰিলো।

লগতে পঢ়কঃ পত্নীক হত্যা কৰি মৃতদেহ কোলাত লৈ চেল্ফি : আত্মীয়লৈ চেল্ফি পঠিয়াই নিজেও ল’লে চৰম সিদ্ধান্ত

মহিলাগৰাকীয়ে কয় যে তেওঁ পঞ্জাৱৰ বাসিন্দা আৰু তীৰ্থযাত্ৰা কৰি ঘৰলৈ উভতি আহিছিল। বাছখনত তেওঁৰ আৰু বহু আত্মীয় আছে বুলিও কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd