• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনেত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে ৬ খনকৈ গাড়ী; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2025 9:00 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নাভালে দলঙৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী কণ্টেইনাৰ ট্ৰাকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বিধ্বংসী ৰূপ ধাৰণ কৰে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ট্ৰাকখনৰ ব্ৰেক বিকল হোৱাৰ বাবে চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ক্ষন্তেকতে ট্ৰাকখনে আন এখন বৃহৎ কণ্টেইনাৰ ট্ৰাককে ধৰি ৫ৰ পৰা ১০খন গাড়ীত খুন্দা মাৰে।

সংঘৰ্ষৰ তীব্ৰতাৰ বাবে এখন গাড়ী ট্ৰাক দুখনৰ মাজত আবদ্ধ হৈ পৰে আৰু চূৰ্ণবিচূৰ্ণ হৈ পৰে। অলপ সময়ৰ ভিতৰতে কেইবাখনো গাড়ীত জুই লাগি যায়। সমগ্ৰ অঞ্চলটো নিমিষতে প্ৰকাণ্ড অগ্নিকাণ্ডলৈ পৰিণত হয়।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি কমেও ৮ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই গাড়ীৰ ভিতৰত আবদ্ধ হৈ অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে। কমেও ২০জন লোক আহত হোৱাৰ লগতে কেইবাজনো লোকৰ অৱস্থা সংকটজনক।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আহতসকলক ক্ষন্তেকতে ছাছুন হাস্পতালকে ধৰি ওচৰৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰাথমিক তদন্তত ব্ৰেক বিকল আৰু অত্যধিক গতিবেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰি আছে ফৰেনছিক দলে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে নাভালে দলঙৰ এই অংশটো অতি বিপদজনক। ইয়াৰ পূৰ্বেও একে ঠাইতে কেইবাবাৰো দুৰ্ঘটনা সংঘটিত হৈছে। এনে মৰ্মান্তিক দুৰ্ঘটনা বাৰে বাৰে সংঘটিত হৈ আছে যদিও কোনো স্থায়ী সমাধান লোৱা হোৱা নাই বুলিও তেওঁলোকে কয়।

তেওঁলোকৰ চকুৰ সন্মুখতে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ বিষয়ে এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, “এই সংঘৰ্ষৰ শব্দত আমি স্তম্ভিত হৈ পৰিলোঁ। নিমিষতে গাড়ীবোৰত জুই জ্বলি উঠিল। জুইৰ উত্তাপৰ বাবে কোনোৱে ওচৰলৈও যাব পৰা নাছিল।”

এই মৰ্মান্তিক দুৰ্ঘটনাই পুনৰবাৰ নাভালে দলঙৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ভৱিষ্যতে এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd