• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহাৰত পুনৰ বজ্ৰপাতৰ ফলত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 4, 2020 1:57 pm

1 min read

বিহাৰত পুনৰ বজ্ৰপাতৰ ফলত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5.2k
VIEWS
Share on FacebookShare on Twitter

বিহাৰত পাঁচখন জিলাত শুকুৰবাৰে পুনৰ অতি কমেও ৮ গৰাকী লোকৰ বজ্ৰপাত পৰি মৃত্যু হয়।

বিহাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।

বজ্ৰপাত পৰি মৃত্যু হোৱা ৮ গৰাকী লোকৰ ভিতৰত সমষ্টিপুৰত তিনিগৰাকী, লক্ষ্মীচৰাইত দুগৰাকী, গয়া, বাংকা আৰু জামুইত এগৰাকীকৈ লোকৰ মৃত্যু হয়।

বজ্ৰপাতৰ ফলত মৃত্যু হোৱাৰ লগৰ পৰিয়াললৈ প্ৰতি শোক ব্যক্ত কৰি মুখ্য মন্ত্ৰী নিতিশ কুমাৰে প্ৰতিটো দুৰ্ভগীয়া পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য ঘোষণা কৰে।

ইয়াৰ পূৰ্বেও বিগত ২৫ জুনত বিহাৰত ৮৩ গৰাকী লোকৰ বজ্ৰপাত পৰি শোকাৱহ মৃত্যু হৈছিল।

বজ্ৰপাতৰ ফলত মৃত্যু হোৱা ৮৩ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকী গোপালগঞ্জ জিলাৰ বাসিন্দা আছিল।

২৫ জুনৰ পৰা ৩ জুনলৈ মাত্ৰ ৮ দিনৰ ভিতৰতে বিহাৰত বজ্ৰপাত পৰি মুঠ ৯১ গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে।

বজ্ৰপাত পৰি মৃত্যু হোৱা লোক সকলৰ ভিতৰত অধিকাংশ লোকে পথাৰত কাম কৰি থকা খেতিয়ক আৰু শ্ৰমিক।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd