DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন; আন কেইবাজনো আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 2:02 pm
86
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা জাৰ্মানীৰ হামবুৰ্গত গীৰ্জাত ঘটনাটো সংঘটিত হৈছিল।স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত বন্দুকধাৰীয়ে হঠাতে আক্ৰমণ কৰে। গোটেই ঘটনাটোত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হোৱা বুলি কোৱা হৈছে।

আৰক্ষীয়ে এতিয়ালৈকে মৃত্যুৰ সংখ্যা প্ৰকাশ কৰা নাই যদিও স্থানীয় সংবাদ সংস্থাসমূহে জনাইছে যে এই আক্ৰমণত কমেও ৭ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে, আকস্মিক আক্ৰমণটো কিয় সংঘটিত হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলক উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসাৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

ঘটনা  সংঘটিত হোৱাৰ পিছতে আৰক্ষী ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰে। গোটেই অঞ্চলটো কঠোৰ নিৰাপত্তা বেষ্টনিৰ অধীনত ঘেৰাও কৰা হয়।

আৰক্ষীয়ে আক্ৰমণৰ কাৰণ অনুসন্ধান কৰি আছে। বন্দুকধাৰীৰ আকস্মিক আক্ৰমণৰ বাবে অঞ্চলটোত তীব্ৰ আতংক বিয়পি পৰিছে।

Recent News

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd