• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Cooch Behar Tragedy: মৰ্মান্তিক! শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা কমেও ১০ জন ভক্তৰ বিদ্যুৎস্পৃষ্ট মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2022 9:23 am
ফটো সংগৃহিত।

ফটো সংগৃহিত।

202
VIEWS
Share on FacebookShare on Twitter

Cooch Behar Tragedy কোচবিহাৰৰ জল্পেশ মন্দিৰত শিৱলংগত পানী ঢালিবলৈ যোৱা ভক্তৰ এখন গাড়ী  বিদ্যুৎস্পৃষ্ট হৈ কমেও ১০ জন ভক্ত মৃত্যুমুখত পৰিছে। আন আহত ১৬ জনক জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পাতলত ভৰ্তি কৰা হৈছে।

দুৰ্ঘটনাটো গাড়ীৰ জেনেৰেটৰৰ পৰা এটা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।

কোচবিহাৰৰ শীতলকুচিৰ পৰা ২৭ জনীয়া ভক্তৰ এটা দলে এখন পিক-আপ ভানত জলপাইগুৰিৰ জল্পেশৰ শিৱ মন্দিৰলৈ গৈ আছিল। ভক্তসকলৰ গাড়ীখনে চাংড়া বান্ধাৰ ধাৰলা নদীৰ দলং পাৰ হোৱাৰ পিছতে এই ঘটনাটো ঘটে।

লগতে পঢ়ক: ঝাৰখণ্ডৰ ধৃত কংগ্ৰেছ বিধায়কৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক: ক্ষুৰধাৰ সমালোচনা দেবব্ৰত শইকীয়াৰ

গাড়ীখনৰ চালকজনে কেইবাজনো ভক্ত অচেতন হৈ পৰা দেখি পিক-আপ ভানখন চাংড়া বান্ধা চিকিৎসালয়লৈ লৈ যায়। তাতেই ১০ জন লোকক চিকিৎসকে মৃত ঘোষণা কৰে।

আহত তীৰ্থযাত্ৰীসকলে দাবী কৰা মতে গাড়ীখনৰ জেনেৰেটৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলতে ঘটনাটো ঘটিছে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে গাড়ীখনত থকা জেনেৰেটৰটোৰেই ডিজে বজোৱা হৈছিল। অনুমান কৰা হৈছে যে ঘটনাটো সেই জেনেৰেটৰটো কেনেবাকৈ শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবেই সংঘটিত হৈছে।

লগতে পঢ়ক: ‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে’: চফাই কৰ্মচাৰীৰ ক্ষোভ

ইতিমধ্যে গাড়ীখন জব্দ কৰা হৈছে যদিও চালকজন পলাতক। দুৰ্ঘটনাগ্ৰস্ত সকলো লোক শীতলকুচিৰ বাসিন্দা। তেওঁলোকৰ পৰিয়ালক খৱৰ দিয়া হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd