DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে’: চফাই কৰ্মচাৰীৰ ক্ষোভ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
August 1, 2022 8:13 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

125
VIEWS
Share on FacebookShare on Twitter

‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে। আমি যুঁজি যাম।’ এই ক্ষোভ শিৱসাগৰৰ পৌৰসভাৰ চফাই কৰ্মচাৰীৰ।

পৌৰনেত্ৰীয়ে ‘তোমালোকে কাম কৰিলে কৰা, নহ’লে বেলেগ মানুহ আনিম, পুলিচ লগাম’ বুলি দিয়া ধমকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবাদী চফাই কৰ্মীৰ মন্তব্য যে  ‘এয়া আমাৰ ওপৰত অত্যাচাৰ’।

দৰমহা বৃদ্ধি আৰু মৃত কৰ্মচাৰীৰৰ পৰিয়ালক চাকৰি দিয়াৰ দাবীত দেওবাৰৰে পৰা কৰ্ম বিৰতি পালন কৰিছে শিৱসাগৰ পৌৰসভাৰ চফাই কৰ্মচাৰীয়ে।

ফটো: নৰ্থইষ্ট নাও।

তেওঁলোকৰ দাবী, ‘ ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সহায় কৰিছিলো, এতিয়া তেওঁ আমাৰ পৰিয়ালক সহায় কৰক। জাবৰৰ কাম কৰাৰ বাবে আমাক জাবৰ বুলি নাভাবিব।‘

উল্লেখ্য যে ৰাজ্যত এতিয়া সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি ঘটিছে। কিন্তু এই সকল কৰ্মচাৰীৰ বৃদ্ধি পোৱা নাই দৰমহা। নিম্নতম মজুৰিৰে দীৰ্ঘ দিনে কাম কৰি আহিছে পৌৰ সভাৰ এই সকল চফাই কৰ্মচাৰীয়ে। যাৰ বাবে এতিয়া পৰিয়াল পোহপাল দিয়াত অসুবিধাত পৰিছে তেওঁলোক।

ফটো: নৰ্থইষ্ট নাও।

বহু দিনৰে পৰা এই সকল চফাই কৰ্মচাৰীয়ে তেওঁলোকৰ মজুৰি বৃদ্ধিৰ দাবীত আন্দোলন কৰি আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকৰ এই সমস্যা সমাধানত গুৰুত্ব দিয়া নাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে।

সেয়ে দেওবাৰৰ পৰা কৰ্মবিৰতি পালন কৰিছে শিৱসাগৰ পৌৰসভাৰ এইসকল চফাই কৰ্মচাৰীয়ে।

Recent News

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd