• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সিংঘু সীমান্তত কৃষকৰ প্ৰতিবাদস্থলীতে নৃশংস হত্যাকাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2021 6:57 pm
Singhu Border
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সিংঘু সীমান্তত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মুহূৰ্ততে আজি পুৱা প্ৰতিবাদস্থলীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

শিখ সকলৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবাক অপমান কৰাৰ অভিযোগত এজন লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। প্ৰতিবাদস্থলীত থকা নিহাং শিখসকলৰ এটা দলে এটা ভিডিঅ’ত এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।

ভিডিঅ’ আৰু ফটোত বন্দী হোৱা ঘটনাটোত দেখিবলৈ পোৱা গৈছে যে এজন ব্যক্তক ওলোটাকৈ আৰক্ষীৰ বেৰিকেডত বান্ধি তেওঁৰ মণিবন্ধ কাটি পেলোৱা হৈছিল আৰু তেওঁৰ ভৰি ভাঙিপেলোৱা হৈছিল।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে নিহাং শিখৰ এটা গোটে শিখসকলৰ পবিত্ৰ গ্ৰন্থখনক অসন্মান কৰাৰ সন্দেহত তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

হত্যাকাণ্ডত নিহত হোৱা ব্যক্তিজনক পঞ্জাৱৰ তৰণ জিলাৰ চিমা কলন গাঁৱৰ বাসিন্দা ৩৫ বছৰীয়া লখবীৰ সিং বুলি চিনাক্ত কৰা হৈছে। গাওঁপ্ৰধান অৱন কুমাৰ আৰু স্থানীয় DSP সুচা সিঙে তেওঁৰ পৰিচয় নিশ্চিত কৰিছে।

আৰক্ষীয়ে কয় যে তেওঁলোকে পুৱা প্ৰায় ৫ বজাত প্ৰতিবাদস্থলীৰ ওচৰত এজন লোকক বেৰিকেডত বান্ধি থোৱা অৱস্থাত পোৱা গৈছে বুলি খবৰ লাভ কৰিছিল আৰু তাৰ পিছতেই কুণ্ডলী আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল।

সোনপতৰ আৰক্ষী অধীক্ষক জশনদীপ সিং ৰন্ধাৱাই কয়: “আঘাতপ্ৰাপ্ত ব্যক্তিজনক ততাতৈয়াকৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হৈছিল। আমি অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছো।”

এটা ভিডিঅ’ত আঘাতপ্ৰাপ্ত ব্যক্তিজনক তেজেৰে তুমুৰলি হৈ পৰি থকা দেখা যায়। তেওঁৰ এটা বাহু ৰচীত বান্ধি থোৱা আছে আৰু তেওঁৰ মুখৰ কাষত তেওঁৰ কটা বাওঁ হাত খন ওলমি আছে। ব্যক্তিজনৰ কাষত থিয় হৈ কেইবাজনো মানুহে তেওঁক প্ৰশ্ন কৰি আছে।

আন এটা ভিডিঅ’ত এজন ব্যক্তিয়ে দাবী কৰিছে যে পুৱা প্ৰায় ৩ বজাত ভুক্তভোগীগৰাকীক এজন স্বেচ্ছাসেৱকে প্ৰতিবাদস্থলীত গুৰুদ্বাৰা চাহিবৰ ওচৰত দেখা পাইছিল।

তেওঁৰ ভাষ্য অনুসৰি “অচিনাক্ত ব্যক্তিজনে গুৰু গ্ৰন্থ চাহিব গ্ৰন্থখন তুলি ল’বলৈ চেষ্টা কৰি আছিল। এজন স্বেচ্ছাসেৱকে তেওঁক দেখিলে। আমি তেওঁক ধৰি ছিলোঁ আৰু তেওঁক সুধিছিলো কোনে তেওঁক পঠিয়াইছিল।আমি তেওঁৰ ভৰি ভাঙিছিলোঁ আৰু তেওঁৰ হাত কাটি পেলাইছিলো। তেওঁক এতিয়া ইয়াত বান্ধি ৰখা হৈছে। যিয়ে তেওঁক পঠিয়াইছে তেওঁ এতিয়া ইয়ালৈ আহিব পাৰে। আমি তাক হত্যা কৰিম। তেওঁ পবিত্ৰ গ্ৰন্থখনক অসন্মান কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ নিজা অনুসন্ধান কৰিব পাৰে।”

স্থানীয় লোক আৰু গাওঁপ্ৰধানৰ মতে নিহত সিঙে তেওঁৰ ভগ্নীৰ সৈতে বাস কৰিছিল।তেওঁলোকে কয় যে তেওঁলোকে তেওঁক শেষবাৰৰ বাবে মঙলবাৰে গাওঁখনত দেখিছিল।

DSP সুচা সিঙে জনোৱা মতে সিংঘুলৈ যোৱা তেওঁ গাওঁখনৰ একমাত্ৰ ব্যক্তি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd