DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ডিব্ৰুগড়ত আটাছুৰ প্ৰতিবাদ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 12, 2019 8:19 am
IMG-20190111-WA0037
554
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) সদস্যই যোৱা কালি ১১ জানুৱাৰি শুকুৰবাৰে ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

প্ৰতিবাদকাৰীসকলে সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্লেকাৰ্ড আৰু বেনাৰ দেখুৱাই এঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত চলাচল কৰা যান-বাহন চলাচলত যথেষ্ট বাধাগ্ৰস্ত হয়।
আটাছুৰ বৰপথাৰ গোটৰ সভাপতি অমৃত গগৈয়ে কয়, ‘‘আমি নাগৰিকত্ব বিধেয়কখন বাতিল কৰাৰ দাবী জনাইছোঁ কাৰণ এয়া অসমীয়া জনতাৰ মানসিকতাত আঘাত কৰিছে। এনেধৰণৰ এখন বিধেয়ক গৃহীত কৰি বিজেপিয়ে অসমৰ ধৰ্ম নিৰপেক্ষ গাঁথনিটো নষ্ট কৰিব বিচাৰিছে।’’ আটাছুৰ নেতাগৰাকী যোৱা ১১ ঘণ্টীয়া বন্ধৰ সময়চোৱাত বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰা অপৰাধত গ্ৰেপ্তাৰ কৰা ১১গৰাকী ব্যক্তিক মুক্তি দিয়াৰ দাবী কৰাৰ লগতে  লগতে শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰা বিশিষ্ট বুদ্ধিজীবি ড০ হীৰেন গোহাই, মনজিৎ মহন্ত আৰু অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা ৰাষ্ট্ৰদ্ৰোহত উচতনি দিয়া গোচৰ উঠাই লোৱাৰ দাবী তোলে।

আনহাতে ডিব্ৰুগড় উকীল সন্থাৰ সদস্যসকলেও ডিব্ৰুগড় সত্ৰ ন্যায়ালয়ৰ পৰা থানা চাৰিআলিলৈ এটা প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে। অধিবক্তসকলে বিধেয়কখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰি শ্লোগান দিয়ে।

উল্লেখ্য যে ১৯৫৫ নাৰিকত্ব আইনৰ সংশোধনী ঘটাবলৈ লোকসভাত ২০১৬ত নাগৰিকত্ব বিধেয়ক উত্থাপন কৰা হৈছিল। এই বিধেয়কখনত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অবৈধ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খৃষ্টিয়ান ধৰ্মাৱলম্বী লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব বিধেয়ক, ১৯৫৫ৰ সংশোধন ঘটাব বিচৰা হৈছে।
নাগৰিকত্ব বিধেয়ক, ১৯৫৫ৰ সংশোধন কৰিব বিচৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ক স্পষ্ট কৰি যুটীয়া সংশোধনী সমিতিয়ে বৃহস্পতিবাৰে এখন প্ৰতিৱেদন গৃহীত কৰে।

Recent News

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd