• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তাই আহোমক জনজাতিকৰণ, গো সুৰক্ষা আইনৰ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 1, 2021 8:55 pm
Margherita
146
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, ডিগবৈ আঞ্চলিক সমিতি, কৈলাশপুৰ আঞ্চলিক সমিতি আৰু পাটকাই আঞ্চলিক সমিতিৰ সহযোগত তাই আহোমসকলৰ কেইবাটাও সমস্য সমাধানৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত তাই আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান, মূল্যবৃদ্ধি হ্ৰাস, গো সুৰক্ষা আইন বাতিল, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনিৰ উন্নতি, আহোম জনগোষ্ঠীৰ পৌৰাণিক কৃতি চিহ্নসমূহক বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ ব্যৱস্থাৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সদস্য কলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত আটাছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চাও জয়ন্ত কোঁ‌ৱৰ প্ৰমুখ্যে আটাইকেখন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ দাবী সমূহ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

“আছে হেংদান লোৱা নাই ললে হেংদান ৰক্ষা নাই, অসম চৰকাৰ হায় হায়, আমাক জনজাতিকৰণ লাগিব আদি শ্ল’গান প্ৰদান কৰি মাৰ্ঘেৰিটাৰ আকাশ বতাহ কঁপাই প্ৰতিবাদস্থলীৰ পৰাই আজিৰ প্ৰতিবাদী নেত্বই চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় যে আটাছুৰ দীৰ্ঘদিনিয়া দাবী সমূহ চৰকাৰে অনতিপ্ৰলমে ৰূপায়ণ নকৰিলে চৰকাৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰিবলৈ আটাছু বাধ্য হ’ব।

আজিৰ আটাছুৰ প্ৰতিবাদৰ অন্তঃ চৰকাৰে অনাগত দিনত আটাছুৰ দাবী সমূহ ৰূপায়ণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd