• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমা দাসৰ এথলেটিকছ কেৰিয়াৰ সংকটত!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 11:20 am
Hima DAS

হিমা দাসৰ ফাইল ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০ বছৰ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু তাৰ পাছত এছিয়ান গেইমছত ৰূপৰ পদক অৰ্জনেৰে এথলেটিকছ জগতত চাঞ্চল্যৰ সৃষ্টি কৰা অসম কন্যা হিমা দাসৰ এথলেটিকছ কেৰিয়াৰ এতিয়া সংকটত।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ নাম উজলোৱা হিমা আঘাতৰ সমস্যাৰে ভাৰাক্ৰান্ত। শেহতীয়াকৈ দোহাত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ মাজতে আঘাতপ্ৰাপ্ত হৈছিল হিমা। সেই আঘাতে এতিয়া বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে হিমাৰ সন্মুখত।

Apply Now

অহা ১৩ মে’ৰ পৰা জাপানৰ য়ক’হামাত অনুষ্ঠিত হ’ব লগীয়া ৱৰ্ল্ড ৰিলেত হিমাৰ অংশগ্ৰহণ অনিশ্চয়তাত। আঘাতৰ সমস্যাৰে জুৰুলা হিমাক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ আৰু কিছ সময়ৰ প্ৰয়োজন হ’ব বুলি ইতিমধ্যে এক সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে হিমাই পিঠিৰ বিষৰ পৰা কিছু পৰিমানে উপশম পোৱাত অহা সোমবাৰৰ পৰা আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ পুনৰ ৫ মে’ৰ পৰা অনুশীলন আৰম্ভ কৰিছিল। কিন্তু এতিয়াও প্ৰতিযোগিতাখনত তেওঁৰ অংশগ্ৰহণ নিশ্চিত হোৱা নাই।

‘এইটো সপ্তাহৰ আৰম্ভণিৰ পৰা হিমা দাসে ৱৰ্ড ৰিলেত অংশ ল’ব লগীয়া দলৰ সৈতে অনুশীলন আৰম্ভ কৰিছিল। সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ তেওঁক কিছু পৰিমাণে ব্যায়াম আৰু কিছু সময়ৰ আৰামৰ প্ৰয়োজন। আমি তেওঁৰ ওপৰত অতি সূক্ষ্ম দৃষ্টি ৰাখিছো’। হিমাৰ আঘাত সম্পৰ্কত এইদৰে কয় ৰাষ্ট্ৰীয় উপ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে।

যদিহে হিমাই জাপানত অনুষ্ঠিত হ’ব লগীয়া আগন্তুক ৱৰ্ল্ড ৰিলেত দৌৰিব নোৱাৰাটো নিশ্চিত হয় তেন্তে এথলীটগৰাকী তথা টিম মেনেজমেণ্টৰ বাবে এয়া এক চিন্তনীয় বিষয় হৈ পৰিব। কিয়নো সন্মুখত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। লগতে অহা বৰ্ষত অনুষ্ঠিত হ’ব অলিম্পিক গেইমছ। সেয়ে হিমা সম্পূৰ্ণ সুস্থ হৈ উঠাতো দেশৰ বাবে প্ৰয়োজনীয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd