• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰ খেৰী কাণ্ডক হিন্দু বনাম শিখ যুদ্ধলৈ পৰিণত কৰাৰ চেষ্টা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 6:09 pm
Varun Gandhi on Lakhimpur Kheri Case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি সাংসদ বৰুণ গান্ধীয়ে দেওবাৰে এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে।

লখিমপুৰ খেৰী হত্যাকাণ্ডক হিন্দু বনাম শিখ যুদ্ধলৈ পৰিণত কৰাৰ চেষ্টা কৰা হৈছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বৰুণ গান্ধীয়ে।

এনে প্ৰচেষ্টাক অনৈতিক আৰু বিপদজনক বুলি অভিহিত কৰি গান্ধীয়ে ৰাজনৈতিক দলসমূহক ক্ষুদ্ৰ ৰাজনৈতিক লাভক ৰাষ্ট্ৰীয় ঐক্যৰ ওপৰত নৰাখিবলৈ আহ্বান জনায়।

“লখিমপুৰ খেৰী কাণ্ডক হিন্দু বনাম শিখ যুদ্ধলৈ পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰা হৈছে। এইটো কেৱল এক অনৈতিক আৰু মিছা আখ্যানেই নহয়, এই ত্ৰুটিবোৰে সৃষ্টি কৰা বিপদজনক আঘাত আৰোগ্য হ’বলৈ এটা প্ৰজন্ম ল’ব। আমি ক্ষুদ্ৰ ৰাজনৈতিক লাভালাভক ৰাষ্ট্ৰীয় ঐক্যৰ উৰ্ধত ৰাখিব নালাগে।” দেওবাৰে সাংসদ গান্ধীয়ে টুইট কৰে।

Apply Now

সাংবাদিকৰে হোৱা বাৰ্তালাপত বৰুণ গান্ধীয়ে দেওবাৰে কয় “লখিমপুৰত ন্যায়ৰ সংগ্ৰাম হৈছে এক স্থানীয় অভিজাত লোকৰ নিষ্ঠুৰ গণহত্যাৰ বিৰুদ্ধে। ইয়াৰ কোনো ধৰ্মীয় অৰ্থ নাই।”

তেওঁ লগতে কয়, “প্ৰতিবাদকাৰী কৃষকসকলক বৰ্ণনা কৰিবলৈ খলিস্তানি শব্দটো তীৰ্যকভাৱে ব্যৱহাৰ কৰাটো কেৱল এই কৃষকসকলৰ বাবে অপমানেই নহয়, যদি ই ভুল ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে তেন্তে ই আমাৰ ৰাষ্ট্ৰীয় ঐক্যৰ বাবেও অত্যন্ত বিপদজনক।”

উল্লেখ্য যে লখিমপুৰ খেৰী কাণ্ডৰ বিৰোধিতা কৰাৰ পিছতে বৰুণ গান্ধী আৰু মানেকা গান্ধীক বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ পৰা বাদ দিয়া হৈছিল।

বৰুণক বাদ দিয়াৰ কেইঘণ্টামান পিছতে তেওঁ লখিমপুৰ খেৰীত সংঘটিত ঘটনাক পুনৰ গৰিহণা দিছিল।

গান্ধীয়ে লখিমপুৰ খেৰী ঘটনাত চাৰিজন কৃষকৰ মৃত্যুত জড়িত সকলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈও পত্ৰ লিখিছিল।

গান্ধীয়ে লখিমপুৰ খেৰীত সংঘটিত ঘটনাৰ সমালোচনা কৰি আহিছে, কৃষকসকলৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক গৰিহণা দিছে আৰু চৰকাৰক ইয়াৰ দৃষ্টিভংগীত দায়বদ্ধ হ’বলৈ আহ্বান জনাইছে।

লখিমপুৰ খেৰীৰ প্ৰতিবাদী কৃষকক “খলিস্তানী” বুলি বিদ্ৰূপ কৰা বিজেপি নেতাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধীয়ে সতৰ্ক কৰি দিছিল যে সংগ্ৰামকাৰী কৃষকসকলৰ বিৰুদ্ধে নিৰাশাজনক আৰু অৱমাননামূলক ভাষা ব্যৱহাৰ কৰাটো অন্যায় আৰু নিষ্ঠুৰ। ইয়াৰ ফলত এই মুহূৰ্তত অতি শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰা লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

বৰুণ গান্ধীয়ে মন্তব্য কৰে যে, “এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু ই দেশৰ বাবেও বিপদজনক। কিয়নো সংগ্ৰামকাৰী কৃষকসকলে কি কৈছে বুজি পোৱাৰ পৰিৱৰ্তে আমি তেওঁলোকৰ বাবে বিৰক্তিকৰ ভাষা ব্যৱহাৰ কৰা আৰম্ভ কৰিব নোৱাৰো।”

ইয়াৰ আগতেও বৰুণ গান্ধীয়ে বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা কৃষকসকলৰ সমৰ্থনত ওলাই আহিছিল। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ দুখীয়া আৰু আন্দোলনকাৰী কৃষকসকলৰ বাবে সাহাৰ্য্যৰ ব্যৱস্থা বিচাৰি চিঠি লিখিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd