• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

গাড়ীৰ বিক্ৰী হ্ৰাস; আকৰ্ষণীয় ৰেহাই মূল্যত মাৰুতি এল্টো-৮০০

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 4:05 pm
alto_800

এল্টো-৮০০। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে এপ্ৰিল মাহত এল্টো-৮০০ৰ এক নতুন সংস্কৰণ ভাৰতীয় গাড়ী বজাৰত মুকলি কৰিছিল।

মাৰুতি চুজুকিৰ মাৰুতি এল্টো-৮০০ ৰ নতুন সংস্কৰণৰ বাহনখনে উন্নত আভ্যন্তৰীণ অলংকৰণ আৰু বি এছ ৬-কম্প্লিয়েণ্ট পেট্ৰ’ল ইঞ্জিণৰ সৈতে বজাৰত ভুমুকি মাৰিছিল।

Apply Now

উন্নত প্ৰযুক্তিৰ বাহনখনৰ ভবিষ্যতে বহু দিনলৈ বজাৰ দখল কৰাৰ সম্ভাৱনা থকাৰ লগতে ই পৰিবেশ অনুকুল তথা অন্য গাড়ীৰ তুলনাত কম পৰিমাণে পৰিবেশ প্ৰদূষণ কৰে।

আনহাতে, বি এছ ৬ কম্প্লিমেণ্ট ইঞ্জিণযুক্ত মাৰুতি এল্টো-৮০০ বাহনখন গ্ৰাহকসকলে নিম্নতম ২.৩৩ লাখ টকাৰ পৰা ক্ৰয় কৰিব পৰিব।

এল্টো-৮০০ এল এক্সৰ বৰ্তমান মূল্য হৈছে ২,৯৩,৭০০ টকা। প্ৰতিষ্ঠানটোৱে গাড়ীৰ বিক্ৰীৰ ক্ষেত্ৰত বৰ্তমান ৬০,০০০ টকা ৰেহাই মূল্যৰ সুবিধা আগবঢ়াইছে।

গাড়ীৰ বিক্ৰী কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতিষ্ঠাটোৱে এনেদৰে গ্ৰাহকসকললৈ ৰেহাই মূল্যৰ সুবিধা আগবঢ়াইছে যাতে গাড়ী বিক্ৰীৰ হাৰ পুনৰ বৃদ্ধি কৰিব পৰা যায়।

মাৰুতি এল্টো-৮০০ এল এক্সত বৰ্তমান ৪০,০০০ টকা ৰেহাই দি থকা হৈছে। তাৰোপৰি, গ্ৰাহকসলে যদিহে নিজৰ পুৰণা বাহনখন মাৰুতি চুজুকিৰ সৈতে সলনি কৰি নতুন বাহন ক্ৰয় কৰে তেনেহ’লে অতিৰিক্ত ২০,০০০ টকা বোনাছ লাভ কৰিব।

ৰেহাই আৰু অতিৰিক্ত বোনাছক সামৰি গ্ৰাহকসকলৰ বাবে মাৰুতি এল্টো-৮০০ এল এক্সৰ মুঠ ক্ৰয় মূল্য হ’ব ২,৩৩,০০০ টকা।

পঞ্জীয়ন, ইঞ্চুৰেঞ্চ সকলো সামৰি এল্টো-৮০০ ৰ দাম হ’ব প্ৰায় ২,৫৭ ,৭০০ টকা।

নতুন মাৰুতি এল্টো-৮০০ গাড়ীখনৰ সৰ্বোচ্চ ক্ষমতা ৪৮ এইছ পি আৰু পিক টৰ্ক ৬৯ নিউটন মিটাৰ। গাড়ীখনে প্ৰতিলিটাৰ পেট্ৰ’লত ২২.০৫ কিলোমিটাৰ মাইলেজ প্ৰদান কৰিব।

উল্লেখযোগ্য যে, এল্টো-৮০০ৰ নতুন সংস্কৰণৰ বাহনখনত ৮৫ শতাংশ নৱীকৰণযোগ্য সামগ্ৰী ব্যৱহাৰ কৰা হৈছে যিয়ে বাহনখনৰ জীৱন কাল শেষ হোৱাৰ পাছতো গ্ৰাহকসকলক ইয়াৰ কিছু অংশ মূল্য লাভ কৰাত সহায় কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd