• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ কৃষকৰ বাবে মুকলি হ’ব হেল্প লাইন নম্বৰ, ঘৰতে প্ৰদান কৰা হ’ব বীজ : অতুল বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 6, 2020 7:14 pm
atul-borah

অতুল বৰা-ফটো সৌজন্য-উইকিপিডিয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা ল’কডাউনৰ সময়ছোৱাত কৃষক ৰাইজে কষ্ট ভোগ কৰিবলগীয়া হৈছে যাৰ বাবে আমি মুঠ ৪ কোটি ৭০ লাখ টকা মোকলাই দিছো, যাতে কৃষকসকলে নিজৰ ক্ষতি পুৰণ কৰিব পাৰে,’’ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই মন্ত্ৰী আৱাসৰ নিজ বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত এনেদৰে কয়।

তদুপৰি ল’কডাউনৰ সময়ত ৰাজ্যৰ কৃষকক আৰ্থিকভাৱে সহায়ৰ আশ্বাস দিছিল মন্ত্ৰী বৰাই। বৰ্মানলৈ ৰাজ্যৰ মুঠ আঢ়ৈ লাখ কৃষকে চৰকাৰৰ পৰা ২৫০০ টকাকৈ লাভ কৰিছে আৰু দুই এদিনৰ ভিতৰতে প্ৰায় সকলোৱে লাভ কৰিব বুলও বৰাই উল্লেখ কৰে।

Apply Now

‘’কৃষক সকলৰ যি ক্ষতি হৈছে তাৰ বাবে মই ব্যথিত। কৃষক সকলে নিজৰ বাৰীতে যাতে তিঁয়হ, জিকা, ভোল আদি পাচলিৰ খেতি কৰিব পাৰে তাৰবাবে অসম চৰকাৰৰ কৃষি বিভাগে ঠিৰাং কৰিছে,’’ মন্ত্ৰী অতুল বৰাই লগতে কয়।

আনহাতে, কৃষকৰ উৎপাদিত সামগ্ৰী সমূহ যাতে বেয়া হৈ নাযায় তাৰ বাবে কৃষি বিভাগে বিভাগৰ বিষয়াক লৈ ৰাজ্যিক, জিলা পৰ্য্যায়ত কমিটি গঠন কৰি দিছে বুলিও বৰাই জনায়।

বৰ্তমানলৈ ৰাজ্যৰ মুঠ ১৬ খন জিলাত ৩,৫৭১ মেট্ৰিক টন পাচলি নষ্ট হৈছে বুলিও তেওঁ সংবাদমেলত তথ্য দাঙি ধৰে।

ইপিনে, বহু লোকে ছ’চিয়েল মিডিয়াত শাক-পাচলিৰ পৰাও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হয় বুলি  অপপ্ৰচাৰ কৰিছে যাৰ ফলত বহু লোকে পাচলি গ্ৰহণ কৰা নাই বুলিও মত ব্যক্তি কৰে মন্ত্ৰী বৰাই।

‘‘অসমে বহু ৰাজ্যলৈ শাক-পাচলি ৰপ্তানি কৰে ল’কডাউনৰ ফলত এই শাক-পাচলি ৰপ্তানি কৰিব নোৱাৰা বাবে বহু ক্ষতি হ’ব,’’ অতুল বৰাই কয়।

কৃষক সকলৰ সহায়ৰ বাবে ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ক’ল চেণ্টাৰৰো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কাইলৈ এই হেল্প লাইন নম্বৰ মুকলি কৰি দিয়া হ’ব বুলি বৰাই জানিবলৈ দিয়ে।

প্ৰথম অৱস্থাত গাখীৰ সংগ্ৰহ কৰাৰ সময়টো অসুবিধাৰ সৃষ্টি হৈছিল যদিও বৰ্তমান সময়ত ১২,১৩০ লিটাৰ গাখীৰ সংগ্ৰহ কৰি থকা হৈছে আৰু পৰৱৰ্তী সময়ত মাংসৰ যোগানৰ বাবেও মুখ্য মন্ত্ৰীক অৱগত কৰিব বুলি অতুল বৰাই কয়।

অসমত বৰ্তমান সময়ত ৭ টা চৰকাৰী শীতল ভাণ্ডাৰ সৈতে মুঠ ৩৬ টা শীতল ভাণ্ডাৰ আছে। চৰকাৰী শীতল ভাণ্ডাৰ ৭ টাৰ ভিতৰত মাত্ৰ দুটাহে বৰ্তমান সময়ত কাৰ্য্যক্ষম হৈ আছে।

Tags: COVID-19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd