DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮ টকা খৰচ কৰিয়েই ১০০ কিলোমিটাৰ ভ্ৰমণ কৰিব পাৰিব এই বাইকেৰে, নালাগে লাইচেন্সো

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2020 11:27 am
atum-1-0-2-
698
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ৮ ৰ পৰা ১০ টকা খৰচ কৰিয়েই এতিয়া সুকলমে যাত্ৰা কৰিব পৰা এখন বাইক মুকলি কৰা হৈছে দেশৰ বজাৰত।

এই বাইক খনৰ বিশেষত্ব এয়াই যে বাইক খন চলাবলৈ আপোনাক প্ৰয়োজন নহয় কোনো লাইচেন্সৰো।

হায়দৰাবাদৰ এটা কোম্পানীয়ে সাজি উলিওৱা এই বাইক খন চলিবলৈ নালাগে পেট্ৰলো।

বৈদ্যুতিক শক্তিৰে চালিত বাইক খন চালাবলৈ বাইক খনৰ বেটাৰীটো কমেও ৪ ঘণ্টা সময় ছাৰ্জ দিব লাগিব।

ছাৰ্জ দিওতে খৰচ হ’ব প্ৰায় ১ ইউনিট বিদ্যুৎ। অৰ্থাৎ প্ৰায় ৮-১০ টকা মূল্যৰ বিদ্যুৎ খৰচ কৰিয়েই বাইক খনৰ বেটাৰী ছাৰ্জ দিব পৰা যাব।

বেটাৰী সম্পূৰ্ণকৈ ছাৰ্জ হোৱাৰ পিছত আপুনি ১০০ কিলোমিটাৰলৈকে একেৰাহে যাত্ৰা কৰিব পাৰিব।

Atum 1.0 নামৰ এই বাইক খন যিহেতু ইলেক্ট্ৰিক বাইক সেয়ে ইয়াক চলাবলৈ কোনো লাইচেন্সেৰো প্ৰয়োজন নহ’ব।

বাইক খনৰ মূল্যও সাধাৰণ মানুহে বহন কৰিব পৰা ধৰণৰ।

৫০ হাজাৰ টকাৰেই ক্ৰয় কৰিব পৰা যাব এই বাইক খন। ইতিমধ্যে ইণ্টাৰনেছনেল চেণ্টাৰ ফৰ অটোমেটিভ টেকন’ল’জিয়ে এই বাইক খনত অনুমোদন জনাইছে।

বাইক খন দেশৰ যিকোনো স্থানৰ পৰাই অনলাইনৰ জৰিয়তেও ক্ৰয় কৰিব পৰা যাব।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd