• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

গাড়ীতকৈও অধিক দামী! Audi-ৰ শেহতীয়া ইলেকট্ৰিক মাউন্টেইন বাইক; কি আছে ইয়াত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2023 9:47 am
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া ৰাস্তাত ইলেকট্ৰিক বাইক দেখা পোৱাটো এটা সচৰাচৰ ঘটনা। এই ক্ষেত্ৰত, বহুতো ডাঙৰ আৰু সৰু ব্ৰেণ্ডৰ লগতে নতুন ষ্টাৰ্টআপে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিছুমান নিৰ্মাতা আছে যিয়ে কেৱল চখ হিচাপে বা সীমিত সংস্কৰণৰ নামত বৈদ্যুতিক বাহন নিৰ্মাণ কৰে। য’ত শেহতীয়াকৈ প্ৰৱেশ ঘটিছে Audi-ৰ।

বিলাসী গাড়ী নিৰ্মাতা কোম্পানীটোৱে এখন মাউন্টেইন ই-বাইক মুকলি কৰিছে, যাৰ মূল্য শুনি সম্ভৱতঃ আপোনাৰ মুখৰ পৰা ওলাই আহিব যে “এই মূল্যত মইতো এখন গাড়ী কিনি লম।” প্ৰথমতে, অডিৰ এই প্ৰিমিয়াম মাউণ্টেইন ই-বাইকৰ বিষয়ে তথ্যখিনি চাও আহক।

ফটো: সংগ্ৰিহীত।

Audi-ৰ ই-বাইকে প্ৰথম দৃষ্টিত এক বিলাসী আৰু মহান ডিজাইনৰ আভাস দিয়ে। কোম্পানীটোৱে কৈছে যে ই-বাইকখন RS Q E-tron E2 ইলেকট্ৰিক  Dakar Rally ৰেচাৰৰ দ্বাৰা অনুপ্ৰাণিত। অডিয়ে ইয়াত উচ্চ-স্তৰৰ স্পেচিফিকেচন প্ৰদান কৰিছে, যি নিশ্চিতভাৱে বাইক উৎসাহীসকলক আকৰ্ষিত কৰিব।

Apply Now

XMF 1.7-ৰ ওপৰত আধাৰিত ইটালীৰ Fantic দ্বাৰা প্ৰস্তুত কৰা এই বৈদ্যুতিক বাইকখনত 250W মটৰ দিয়া হৈছে, যিটো হাৰ্লে-ডেভিডছনৰ Serial 1 Bash/Mtn-তো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত Fantic-ৰ 720Wh বেটাৰী আছে।

ফটো: সংগ্ৰিহীত।

এই অডি ই-বাইকৰ পাৱাৰট্ৰেনখনে 66ft/lb-ৰ টাৰ্ক উৎপন্ন কৰে। অৱশ্যে, অডিয়ে এতিয়ালৈকে ইয়াৰ সৰ্বোচ্চ গতি আৰু ৰেঞ্জ প্ৰকাশ কৰা নাই। একে সময়তে, যদি আপুনি হাৰ্লিৰ ই-বাইকৰ শক্তি লক্ষ্য কৰে, তেন্তে নতুন অডি ই-বাইকখনে তাতকৈ বহু বেছি শক্তি উৎপন্ন কৰে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি হাৰ্লিৰ ৰেঞ্জ ৩০ ৰ পৰা ৯৫ মাইল (প্ৰায় ১৪৫ কিলোমিটাৰ)। ইয়াৰ পৰা, এইটো অনুমান কৰিব পাৰি যে অডিৰ ৰেঞ্জ হাৰ্লিতকৈ অধিক হ’ব পাৰে।

ফটো: সংগ্ৰিহীত।

অডি ই-বাইকখন চাৰিটা ইলেক্ট্ৰিক এছিষ্টেন্স লেবেলছৰ সৈতে আহে, য’ত মৃদু ইকো মুডৰ পৰা অল-আউট বুষ্ট মুডলৈকে অন্তৰ্ভুক্ত, যিটো আন ব্ৰ’ছ পাৱাৰ্ড ই-বাইকৰ দৰে একে। বাইকখনৰ ফ্ৰেম ডিজাইন এলুমিনিয়ামেৰে নিৰ্মিত আৰু ইয়াত Braking IN.CA.S ডিস্ক ব্ৰেক আৰু ওহলিনছ ফ’ৰ্ক আৰু শ্বক অন্তৰ্ভুক্ত আছে। ইয়াত ভিটৰিয়া টায়াৰ আৰু চেলা ইটালিয়া চেডলৰ দৰে প্ৰিমিয়াম ইটালিয়ান টাচ্চ-ও পাব।

Audi-ৰ এই  ই-বাইকখনৰ দামো চকুত লগা। ভাৰতত ইয়াৰ দাম হ’ব প্ৰায় ৮লাখ ৩৮ হাজাৰ টকা।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd