• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নমাৰ পাছতো বাংলাদেশৰ দলটোৱে তৃতীয় অংকৰ ৰাণ সংখ্যাও চুব নোৱাৰিলে। মাত্ৰ ৯৫ ৰানতে অল আউট হৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2026 1:38 pm
112
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমখন টেষ্টত জয়লাভ কৰি বাংলাদেশে ইতিহাস ৰচনা কৰে। দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াই সেই দলটোক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰিলে। দ্বিতীয় টেষ্টৰ দুয়োটা ইনিংছতে বাংলাদেশৰ দলটোৱে বেটিঙত খোপনি পুতিবই নোৱাৰিলে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই বেটিং তাণ্ডৱেৰে সহজেই প্ৰতিপক্ষৰ পৰা জয় আজুৰি নিলে।

দেওবাৰে নাজমুল হোছেইন শান্তো বাহিনীক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে এক ইনিংছ আৰু ৫১ ৰাণত জয়লাভ কৰে। ইয়াৰ লগে লগে বাংলাদেশ টাইগাৰ বাহিনী পুনৰ এক নিষ্প্ৰভ অধ্যায়লৈ ঘূৰি আহিল।

Apply Now

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত বেটিং কৰিবলৈ নামিয়েই বাংলাদেশে দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়। মিচেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙত তিষ্ঠিব নোৱাৰিলে বাংলাদেশৰ কোনো বেটছমেনে। ফলত বাংলাদেশ দলটো মাত্ৰ ৬৪ ৰানতে অল আউট হয়।

ইয়াৰ পাছত দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নমাৰ পাছতো বাংলাদেশৰ দলটোৱে তৃতীয় অংকৰ ৰাণ সংখ্যাও চুব নোৱাৰিলে। মাত্ৰ ৯৫ ৰানতে অল আউট হৈ যায়। স্বাভাৱিকতে এনে প্ৰদৰ্শনত তামিম ইকবালৰ ব’ৰ্ড যথেষ্ট লজ্জাত পৰিব।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল আন্তঃৰাষ্ট্ৰীয় টেষ্টৰ ২১ বছৰীয়া ইতিহাসত কোনো দলেই একেৰাহে দুটা ইনিংছত ১০০ ৰানৰ পূৰ্বে অল আউট হোৱা নাই। ইয়াৰ পূৰ্বে ২০০৫ চনত হাৰাৰেত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এখন টেষ্টত জিম্বাবুৱে ক্ৰমে ৫৯ আৰু ৯৯ ৰানত অল আউট হৈছিল। এই কাণ্ডৰ পিছত একেৰাহে দুটা ইনিংছত ১০০ ৰানৰ পূৰ্বে অল আউট হৈ খেলপথাৰ এৰি যোৱা প্ৰথমটো দল হৈছে বাংলাদেশ।

কোৱা বাহুল্য যে বাংলাদেশৰ দলটোৱে ৬৪ ৰানত অল আউট হোৱাৰ লগে লগে অষ্ট্ৰেলিয়াই খেলপথাৰত নামে। অষ্ট্ৰেলিয়াই এটা ইনিংছত ২১০ ৰান সংগ্ৰহ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে। পিছত বাংলাদেশে অষ্ট্ৰেলিয়াই দিয়া ৰানৰ পাহাৰ অতিক্ৰম কৰাৰ সপোন দেখিছিল। সেইদৰে বেটিং কৰিবলৈ নমাৰ পাছতো ৯৫ ৰানতে অল আউট হয়। ইয়াৰ ফলত ক্ৰিকেটৰ মহাশক্তি হিচাপে পৰিচিত দল অষ্ট্ৰেলিয়াই টেষ্ট শৃংখলা ১-১ ব্যৱধানত সমতা স্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd