• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অষ্ট্ৰেলিয়াত ৫ গৰাকী দক্ষিণ কোৰিয়াৰ মহিলাক ধৰ্ষণৰ অপৰাধত বিজেপি সমৰ্থকক ৪০ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 6:17 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অভাৰচিজ ফ্ৰেণ্ডছ অৱ বিজেপি’ সংগঠনৰ অষ্ট্ৰেলিয়া শাখাৰ অন্যতম প্ৰতিষ্ঠাপক বালেশ ধনখড়ক কোৰিয়াৰ পাঁচগৰাকী মহিলাক ধৰ্ষণৰ অপৰাধত ৪০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰে প্ৰকাশ কৰা অনুসৰি ধনখড়ৰ বিৰুদ্ধে ধৰ্ষণৰ ১৩টা, ধৰ্ষণ কৰিবলৈ চেষ্টা কৰাৰ উদ্দেশ্যেৰে মাদক পদাৰ্থ প্ৰয়োগ কৰাৰ ছটা অভিযোগ, সন্মতি অবিহনে অন্তৰংগ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ ১৭টা আৰু অশ্লীল আক্ৰমণৰ তিনিটা অভিযোগ আছে। মুঠতে ২০১৮ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱা ৩৯টা অপৰাধৰ অভিযোগত ধনখড়ক অভিযুক্ত কৰা হৈছিল।২০২৩ চনৰ এপ্ৰিল মাহত ছিডনীৰ জুৰীয়ে তেওঁক ৩৯টা অভিযোগৰ আটাইকেইটাৰ ভিতৰত দোষী বুলি ঘোষণা কৰিছিল।

Apply Now

খবৰ অনুসৰি ধনখৰে তেওঁৰ এপাৰ্টমেণ্টৰ ওচৰতে থকা ছিডনীৰ হিল্টন হোটেলৰ বাৰত কোৰিয়ানৰ পৰা ইংৰাজীলৈ অনুবাদৰ কামৰ বাবে তেওঁৰ চাকৰিৰ বিজ্ঞাপনৰ উত্তৰ দিয়া মহিলাসকলক লগ পাইছিল। তেওঁ মহিলাসকলক ড্ৰাগছ খুৱাই একেখন হোটেলতে ধৰ্ষণ কৰিছিল আৰু অপৰাধৰ চিত্ৰগ্ৰহণ কৰিছিল। তদন্তকাৰীয়ে তেওঁৰ এপাৰ্টমেণ্টত চিত্ৰগ্ৰহণ কৰা ৰেকৰ্ডিঙৰ বিপুল প্ৰমাণ পাইছিল।

জিলা আদালতৰ ন্যায়াধীশ মাইকেল কিঙে কয় যে, ৯নিউজৰ মতে তেওঁ নিউ চাউথ ৱেলছৰ কোনো ধৰণৰ অপৰাধৰ পৰিসৰ বিচাৰি উলিয়াব পৰা নাই।

বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ধনখড়ৰ ঘনিষ্ঠতাক অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে লক্ষ্য কৰিছে। ৯নিউজে প্ৰকাশ কৰা অনুসৰি, ২০১৮ চনত গ্ৰেপ্তাৰ নোহোৱালৈকে ধনখড় ভাৰত-অষ্ট্ৰেলিয়ান সম্প্ৰদায়ৰ মাজত অতিশয় সন্মানীয় আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দলৰ এটা চেটেলাইট গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ হিন্দু কাউন্সিলৰ মুখপাত্ৰ হিচাপে কাম কৰিছিল।

২০১৪ চনত ছিডনীত মোডীৰ অভ্যৰ্থনাৰ আয়োজনত ‘বিজেপিৰ বহিঃৰাজ্যৰ বন্ধু’ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।মাৰ্চ মাহত যেতিয়া ধনখৰৰ অপৰাধৰ খবৰ প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল, তেতিয়া সংগঠনটোৱে টুইট কৰিছিল যে ২০১৮ চনত ধনখৰে পদত্যাগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd