DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2022 8:34 am
122
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে পৰাজয় স্বীকাৰ কৰিছে। শনিবাৰে দশেখনৰ সাধাৰণ নিৰ্বাচনত শাসক আৰু বিৰোধী শিবিৰৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত অৱশেষত বিৰোধী লেবাৰ পাৰ্টি বিজয়ী হয়। লেবাৰ পাৰ্টিৰ নেতা এন্টনী এলবানিছ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ ল’বলৈ সাজু হৈছে।

নিজৰ পৰাজয়ৰ পিছত স্কট মৰিছনে নতুন প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। “মই নিশা বিৰোধী দলপতিৰ সৈতে কথা পাতিছো। তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’বলৈ আগবাঢ়িছে। মই তেওঁক শুভেচ্ছা জনাইছো।‘’

ইপিনে, স্কট মৰিছনে প্ৰধানমন্ত্ৰীৰ পদ হেৰুওৱাৰ লগতে দলৰ নেতৃত্বৰ পৰাও আঁতৰি গৈছে।

লগতে পঢ়ক: ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

উল্লেখ্য যে বিগত ৯বছৰ ধৰি বাওঁপন্থী ভাৱাপন্ন লেবাৰ পাৰ্টি অষ্ট্ৰেলিয়াৰ  মুখ্য বিৰোধী দলহৈ আছে। নিৰ্বাচন ঘোষণা হোৱাৰ পিছৰে পৰা ৰাজনৈতিক দলটোৱে যোৱা ছয় সপ্তাহ ধৰি ব্যাপক প্ৰচাৰ চলাইছিল।

নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ আৰম্ভণিতেই দেখা গৈছিল যে শাসকীয় দলৰ সৈতে লাহে লাহে তেওঁলোকৰ ব্যৱধান কমি আহিছিল । গণনাৰ অন্তিম পৰ্যায়ত বিৰোধী দলটোৱে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল।

ইপিনে, বিশেষজ্ঞসকলৰ এটা অংশই নিৰ্বাচনৰ আৰম্ভণিৰ পৰাই অষ্ট্ৰেলিয়াত এক ত্ৰিশংকু সংসদৰ আশংকা কৰিছিল। তেওঁলোকে লেবাৰ পাৰ্টিয়ে শেষ মুহূৰ্তত শাসক দলক পৰাজিত কৰিব নোৱাৰিব বুলি ধাৰণা কৰিছিল।কিন্তু সেয়া হ’বলৈ হ’লে নিৰ্দলীয় প্ৰাৰ্থীসকলে যথেষ্ট ভাল ফলাফল দেখুৱাব লাগিছিল। কিন্তু বাস্তৱত তেনে নঘটিল।

শনিবাৰে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তাৰ পিছত  স্থানীয় সময় অনুসৰি গণনা আৰম্ভ হয়। অষ্ট্ৰেলিয়াৰ নিৰ্বাচন আয়োগৰ মতে, মুঠ ৩০ লাখ পোষ্টেল বেলট জমা পৰিছিল।

লগতে পঢ়ক:যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

নিৰ্বাচনী ফলাফলত লেবাৰ পাৰ্টিৰ এন্টনী এলবানিছৰ নেতৃত্বত লেবাৰ পাৰ্টিয়ে ক্ষমতা দখল কৰে। ইয়াৰ পূৰ্বে, এন্টনীয়ে স্কট মৰিছনক “বিভাজনকামী” বুলি অভিহিত কৰি সাধাৰণ ৰাইজক তেওঁক ভোট নিদিবলৈ আহ্বান জনাইছিল।

Recent News

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd