• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ ‘ৱেট মাৰ্কেট’ৰ পৰাই বিয়পিছে কৰ’না: কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 7:22 pm
wet-market-750x375

চীনৰ ৱেট মাৰ্কেট।

1.1k
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থা (WHO)আৰু ৰাষ্ট্ৰসংঘক চীনত চলি থকা ৱেট মাৰ্কেটৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

তেওঁ কয় যে ৱেট মাৰ্কেট এক বাস্তৱ সমস্যা আৰু ইয়াৰ পৰাই কৰ’না ভাইৰাছৰ আৰম্ভ হৈছে।

এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত কয় যে চীনৰ ৱেট মাৰ্কেটেই সেইটো স্থান য’ত এই ভাইৰাছটো পোৱা গৈছিল। তেওঁ কয় যে যে এয়া বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। বিশ্ব স্বাস্থ্য সংস্থা আৰু আন আন্ত:ৰাষ্ট্ৰীয় সংস্থাই এইক্ষেত্ৰত আৰু দৃষ্টি দিব পাৰে।

উল্লেখযোগ্য যে চীনৰ উহানত থকা ৱেট মাৰ্কেট এনে এখন বজাৰ য’ত অজগৰ, কাছ, এন্দুৰ, গাহৰি, বন মেকুৰী, বাদুলী, গাহৰিকে ধৰি বিভিন্ন জন্তুৰ মাংস বিক্ৰী কৰা হয়। ইয়াৰ পৰাই কৰ’না ভাইৰাছ বিয়পা বুলি শংকা প্ৰকাশ কৰি অহা হৈছে।

তথ্য অনুসৰি, চীনৰ এই মাৰ্কেটখনৰ পৰাই ২০০২চনত ছাৰ্ছ সংক্ৰমণ ঘটিছিল। এই ছাৰ্ছৰ বাবে ২৬খন দেশৰ ৮,০০০ লোক সংক্ৰমিত হৈছিল।সেইটো আছিল কৰ’না ভাইৰাছৰ প্ৰথম আক্ৰমণ।

ইয়াৰ পাছতে চীনে কিছুদিনৰ পৰা এই মাৰ্কেটখন বন্ধ কৰি দিছিল। কিন্তু কিছুদিনৰ পাছত মাৰ্কেটখন পুনৰ খুলি দিয়া হয়।

বৰ্তমান কৰ’না ভাইৰাছে গোটেই বিশ্বতে বিয়পি পৰিছে যদিও প্ৰথমতে চীনতে ই অধিক সংক্ৰমিত হৈছিল। এতিয়া কেতিয়ালৈ আৰু কেনেকৈ ই নিয়ন্ত্ৰিত হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd