• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়াই উপযুক্ত সময়! চেম্পিয়নছ ট্ৰফীত পৰাজয়ৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ষ্টিভ স্মিথে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 1:00 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৱেগৰ বিস্ফোৰণ নহয়। নিৰৱে পৰাজিত নায়কৰ দৰে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ষ্টীভ স্মিথে। তেওঁ আৰু অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়াত নেখেলে। চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছতে স্মিথে এই কথা ঘোষণা কৰে। অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীৰ অৱসৰৰ ফলত এদিনীয়া ক্ৰিকেটৰ তথাকথিত ফেব ফোৰ ভাঙি গ’ল।

মঙলবাৰে ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত ড্ৰেছিং ৰুমত এদিনীয়া খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে স্মিথে। ক্ৰিকেট অষ্ট্ৰেলিয়াই বুধবাৰে এক চমু বিবৃতিযোগে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে।

Apply Now

২০১০ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে স্মিথj অভিষেক ঘটিছিল। তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল লেগ স্পিনিং অল ৰাউণ্ডাৰ হিচাপে। ক্ৰমান্বয়ে তেওঁ বিশ্ব ক্ৰিকেটত শীৰ্ষ তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

স্মিথে অষ্ট্ৰেলিয়াৰ হৈ ১৭০খন এদিনীয়া মেচত ৫৮০০ ৰান সংগ্ৰহ কৰিছে। তেওঁ ১২টা শতক আৰু ৩৫টা অৰ্ধশতকৰ গৰাকী। এদিনীয়া মেচত তেওঁৰ গড় ৪৩.২৮। ইয়াৰ উপৰিও ২৮টা উইকেটো আছে।

স্মিথ অষ্ট্ৰেলিয়াৰ অন্যতম বৰ্ণাঢ্য ক্ৰিকেটাৰ। এটা সময়ত ক্ৰিকেট বিশেষজ্ঞসকলে স্মিথক বিৰাট কোহলী, জো ৰুট, কেন উইলিয়ামছনৰ সৈতে স্থান দিছিল। আচৰিত ধৰণেৰে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অৱশ্যে ক্ৰমান্বয়ে গতি হেৰুৱাবলৈ আৰম্ভ কৰে।

যদিও অৱসৰৰ সময়ত এদিনীয়া ক্ৰিকেটত পৰিসংখ্যাৰ ক্ষেত্ৰত সমসাময়িক মহাতাৰকাৰ পৰা কিছু পিছ পৰি আছিল, তথাপিও ট্ৰফী জয়ৰ ক্ষেত্ৰত তেওঁ সফলতাৰ শিখৰত উপনীত হৈছিল। অষ্ট্ৰেলিয়াৰ হৈ ২০১৫ আৰু ২০২৩ চনৰ বিশ্বকাপত জয়লাভ কৰিছে স্মিথে। দীৰ্ঘদিন ধৰি দলটোক নেতৃত্বও দিছিল। বৰ্তমানৰ চেম্পিয়নছ ট্ৰফীতো অষ্ট্ৰেলিয়াৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল স্মিথ। কিন্তু দলক সফলতা আনি দিব নোৱাৰি নিৰবে অৱসৰ ল’লে।

The great Steve Smith has called time on a superb ODI career 👏 pic.twitter.com/jsKDmVSG1h

— Cricket Australia (@CricketAus) March 5, 2025

স্মিথৰ এদিনীয়াৰ পৰা অৱসৰৰ ফলত বিশ্ব ক্ৰিকেটৰ ফেব ফোৰ ভাঙি গৈছে। এদিনীয়া ফৰ্মেটত ১৯ বছৰ অনুৰ্ধৰ খেলৰ সময়ৰে পৰা কোহলী আৰু স্মিথৰ মাজত আৰম্ভ হোৱা  প্ৰতিদ্বন্দ্বিতাৰ প্ৰথম ৰাউণ্ডত শেষ হ’ল। অৱশ্যে অনাগত দিনতো স্মিথক টেষ্ট আৰু টি-২০ত খেলা দেখা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd