• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম্ভৱ নহয় চীন-আমেৰিকাৰ যুদ্ধ: অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2020 7:30 am
WhatsApp Image 2020-08-08 at 7.05.43 AM

অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীন আৰু আমেৰিকাৰ মাজত যুদ্ধ আৰু এতিয়া কোনো অসম্ভৱ কথা নহয়। এই মন্তব্য অষ্ট্লিয়াৰ প্ৰধান মন্ত্ৰী  স্কট মৰিছনৰ।

স্কট মৰিছনে দেশখনৰ ৰাজধানী কেনবেৰাৰ পৰা অনলাইনত ৰখা এক বক্তৱ্যত বেইজিং আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা শীৰ্ষ পৰ্যায়ত উপনীত হোৱাৰ প্ৰসংগত এইদৰে মন্তব্য কৰে।

Apply Now

মৰিছনৰ মতে পূৰ্বে আমেৰিকা আৰু চীনৰ মাজত যুদ্ধৰ কথা চিন্তা কৰিব পৰা নগৈছিল। কিন্তু এতিয়া সেয়া কোনো অসম্ভৱ নহয়।

প্ৰধান মন্ত্ৰী গৰাকীয়ে পূব এছিয়াত মিত্ৰ দেশৰ সন্ধানত প্ৰাথমিকতা ভিত্তিত দেশখনে কাম কৰিছে বুলি সদৰী কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে কয় যে এই অঞ্চলটোত তেওঁলোকে বাস্তৱক অস্বীকাৰ নকৰাকৈ এক আশাবাদী ভূমিকাত অৱতীৰ্ণ হ’ব।

আনহাতে, চীন-আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পালেও বেইজিঙৰ সৈতে কেনবেৰাৰ অৰ্থনৈতিক সম্পৰ্ক অটুট থকাৰ আশা ব্যক্ত কৰিছে মৰিছনে।

শেহতীয়াকৈ চীনৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে।

অহা নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে বেইজিঙৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত প্ৰদৰ্শন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd