• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্ট্ৰিয়াৰ এখন স্কুলত হোৱা গুলীচালনাত কমেও ৯ জন লোক নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 11:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰিয়াৰ এখন বিদ্যালয়ত সংঘটিত হয় গুলীচালনা। ইটোৰ পিছত সিটোকৈ  মাটিত ধলিপৰে ছাত্ৰ-ছাত্ৰী। এই ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হয়। অৱশেষত অভিযুক্তজনেও নিজকে গুলীয়াই হত্যা কৰে। এই ঘটনাত কেইবাজনো লোক আহত হয়। অৱশ্যে এই সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। মধ্য ইউৰোপৰ দেশসমূহত গুলীচালনা বিৰল। এই ঘটনাত স্তম্ভিত হৈ পৰিছে অষ্ট্ৰিয়াৰ প্ৰশাসন।

অষ্ট্ৰিয়াৰ স্বৰাজ মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত বিদ্যালয়ত গুলীচালনাৰ বিষয়ে জনায়। তেওঁ কয় যে অভিযুক্তকে ধৰি আটাইকেইজন ভুক্তভোগীৰ বয়স ১৪ৰ পৰা ১৮ বছৰৰ ভিতৰত। আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে (অষ্ট্ৰিয়াৰ স্থানীয় সময় অনুসৰি) পুৱা প্ৰায় ১০ বজাত বিদ্যালয়খনত বন্দুকৰ গুলীৰ শব্দ শুনা গৈছে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। হেলিকপ্টাৰে আকাশত টহল দিবলৈ আৰম্ভ কৰিলে। আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা সুৰক্ষিত ভাবে উলিয়াই অনাৰ লগতে অঞ্চলটো ঘেৰাও কৰি ৰখা হয়।

Apply Now

অষ্ট্ৰিয়াৰ চ্যান্সেলৰ খ্ৰীষ্টিয়ান ষ্টকাৰে এক্সত পোষ্ট কৰি শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, ” বিদ্যালয়ত সংঘটিত  এই ঘটনাটো দেশখনৰ বাবে এক দুখৰ বিষয়।এই ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছে। এই অবিশ্বাস্য ঘটনাত কেইবাজনো কিশোৰে প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে অষ্ট্ৰিয়াকে ধৰি মধ্য ইউৰোপৰ দেশসমূহত গুলীচালনাৰ ঘটনা বিৰল। পৰিসংখ্যা অনুসৰি ২০২১ চনত সেই দেশৰ প্ৰতি এক লাখ নাগৰিকৰ ভিতৰত ০.১ জন লোক বন্দুকৰ গুলীত নিহত হৈছিল। আনহাতে আমেৰিকাত সেই বছৰ প্ৰতি এক লাখ লোকৰ ভিতৰত ৪.৬ জন লোকে বন্দুকৰ গুলীত নিহত হৈছিল। অষ্ট্ৰিয়াত যোৱা কিছু বছৰত হিংসাৰ কেইটামান ঘটনা সংঘটিত হৈছে যদিও সংখ্যাত কম। যোৱা বছৰৰ অক্টোবৰ মাহত অষ্ট্ৰিয়াৰ এখন চহৰৰ মেয়ৰক গুলীয়াই হত্যা কৰা হৈছিল। ফেব্ৰুৱাৰী মাহত দক্ষিণ অষ্ট্ৰিয়াৰ এখন চহৰত এজন যুৱকে পাঁচজন পথচাৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

Tags: AustriaSchoolShootingGrazTragedyGunViolenceSchoolSafety
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd