• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইলন মাস্কৰ ১৩তম সন্তান জন্ম দিয়াৰ দাবী আমেৰিকান লেখিকাৰ; গোপনে ৰাখিছিল পাঁচমাহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 12:43 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী আমেৰিকান লেখিকাই বিশ্বৰ আটাইতকৈ ধনী আমেৰিকান কোটিপতি ইলন মাস্কৰ ত্ৰয়োদশ সন্তান জন্ম দিয়াৰ দাবী কৰিছে। লেখিকাগৰাকীৰ নাম এছলে চেণ্ট ক্লেয়াৰ।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে তেওঁ এই দাবী কৰে। প্ৰায় পাঁচ মাহ পূৰ্বে সন্তান জন্ম দিয়া বুলিও কয় তেওঁ। সেই সন্তানৰ পিতৃ হৈছে ইলন মাস্ক।

Apply Now

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত অভিলেখ পৰিমাণৰ ধন দান কৰা কোটিপতিগৰাকীয়ে এতিয়া আমেৰিকা চলাই আছে বুলি বিৰোধীয়ে দাবী কৰাৰ মাজতে এইগৰাকী আমেৰিকান লেখিকাই মাস্কৰ বিষয়ে ডাঙৰ দাবী কৰিলে।

কিন্তু ইমান দিনৰ মূৰত ইমান ডাঙৰ বিষয়টো এটা পোহৰলৈ আনিলে কিয়? লেখিকাগৰাকীয়ে দাবী কৰিছে যে তেওঁ ইমান দিনে বিষয়টো গোপন কৰি ৰাখিছিল কাৰণ তেওঁ নিজৰ সন্তানৰ সুৰক্ষা আৰু গোপনীয়তাক অগ্ৰাধিকাৰ দিছিল।

এছলেই দাবী কৰে যে তেওঁৰ সন্তানৰ বাতৰিৰ বিষয়ে এক টেবলয়ড সংবাদ মাধ্যমে গম পোৱাত তাৰ আগতেই তেওঁ নিজেই সত্যটো প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ইলন মাস্কৰ চাৰিগৰাকী মহিলাৰ সৈতে ১২টা সন্তান আছে।

এছলেই দাবী কৰে যে তেওঁ মাস্কৰ ত্ৰয়োদশ সন্তানৰ জন্ম দিছে। ‘এলিফেণ্ট আৰ নট বাৰ্ডছ’ নামৰ এখন গ্ৰন্থ লিখি জনপ্ৰিয় হৈ পৰিছিল এছলে।

Alea Iacta Est pic.twitter.com/gvVaFNTGqn

— Ashley St. Clair (@stclairashley) February 15, 2025

টেছলাৰ প্ৰতিষ্ঠাপক ইলন মাস্কৰ প্ৰথম পত্নী জাষ্টিন উইলছনৰ সৈতে পাঁচটা সন্তান আছে। ইয়াৰ ভিতৰত—প্ৰথমে যমজ সন্তান ভিভিয়ান আৰু গ্ৰীফিন, আৰু তাৰ পিছত তিনি সন্তান কাই, চেক্সন আৰু ডেমিয়ান।

পপ তাৰকা গ্ৰাইমছৰ সৈতে মাস্কৰ তিনিটা সন্তান আছে। যাৰ ভিতৰত আছে হোয়াইট হাউছত মাস্কৰ সৈতে দেখা পোৱা সৰু পুত্ৰ এক্স, কন্যা এক্সা ডাৰ্ক চাইডেৰেল আৰু পুত্ৰ টেকনো মেকানিকাছ।

নিউৰালিংকৰ কাৰ্যবাহী ছিওভান গিলিছৰ সৈতেও মাস্কৰ যমজ সন্তান আছে। যোৱা বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত তেওঁলোকক দেখা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd