NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আস্থা! প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা

আস্থা! প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা

অনুষ্কা শৰ্মা আৰু স্বামী ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বৃন্দাবনত শ্ৰী প্ৰেমানন্দ গোবিন্দ শৰণ মহাৰাজৰ ওচৰলৈ গৈছিল সন্তান বামিকা...

আকৌ বাঘ-মানুহৰ সংঘাত! তিনিচুকীয়াত বাঘৰ আক্ৰমণত আহত একাধিক লোক

আকৌ বাঘ-মানুহৰ সংঘাত! তিনিচুকীয়াত বাঘৰ আক্ৰমণত আহত একাধিক লোক

তিনিচুকীয়াত বনাঞ্চলৰ পৰা বিচ্যুত হোৱা এটা নাহৰফুটুকীয়ে আক্ৰমণ চলাই একাধিক লোক আহত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ডুমডুমাৰ জনাঞ্চলত বিপথে পৰিচালিত...

মহা কুম্ভ মেলাত বিনামূলীয়া খাদ্য পৰিবেশন কৰিবলৈ আদানী গ্ৰুপক সহযোগিতা ইস্কনৰ

মহা কুম্ভ মেলাত বিনামূলীয়া খাদ্য পৰিবেশন কৰিবলৈ আদানী গ্ৰুপক সহযোগিতা ইস্কনৰ

আদানী গোটে আন্তৰ্জাতিক কৃষ্ণ চেতনা সংস্থা (ISKCON)ৰ সৈতে অংশীদাৰিত্ব কৰি প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহা কুম্ভ মেলাৰ সময়ত, ১৩ জানুৱাৰীৰ পৰা...

উমৰাংছু কয়লা খনিৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ : কেতিয়া গ্ৰেপ্তাৰ হ’ব দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা গাৰ্লোচা

উমৰাংছু কয়লা খনিৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ : কেতিয়া গ্ৰেপ্তাৰ হ’ব দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা গাৰ্লোচা

ডিমা হাছাওত উমৰাংছ’ কয়লা খনিৰ শোকাৱহ ঘটনাৰ সৈতে জড়িত আৰু এজন লোকক আটক কৰিছে অসম আৰক্ষীয়ে। জানিব পৰা মতে, ধৃত...

কেনেকৈ যত্ন ল’ব আপোনাৰ পোহনীয়া কুকুৰটোৰ? লওক বহুতো নজনা কথা

কেনেকৈ যত্ন ল’ব আপোনাৰ পোহনীয়া কুকুৰটোৰ? লওক বহুতো নজনা কথা

কুকুৰ পোহাটো বহুতৰে বাবে এক চখৰ বিষয়। কিন্তু পোহনীয়া কুকুৰৰ যত্ন কিদৰে সঠিকভাবে ল’ব লাগে সেয়া বহুতেই নাজানে। সেয়ে আজি...

উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা গুৱাহাটী হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনৰ

উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা গুৱাহাটী হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই বৃহস্পতিবাৰে অসম চৰকাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা হাইকোৰ্ট কমপ্লেক্স বৰ্তমানৰ স্থানৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ...

দিল্লীলৈ বাওঁচকু! ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কাৰাটেৰ

দিল্লীলৈ বাওঁচকু! ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কাৰাটেৰ

আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত বাওঁপন্থীয়ে ছখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। দিল্লীৰ বিধান সভাত ৭০ টা সমষ্টি আছে যদিও মাত্ৰ ৬ টা...

হেনলি পাৰপত্ৰ সূচাংকত বিশ্বৰ ভিতৰত ৮৫ সংখ্যক স্থানত ভাৰত! পূৰ্বৰ তুলনাত কিমান অৱনমিত হ’ল ভাৰতীয় পাছপোৰ্ট

হেনলি পাৰপত্ৰ সূচাংকত বিশ্বৰ ভিতৰত ৮৫ সংখ্যক স্থানত ভাৰত! পূৰ্বৰ তুলনাত কিমান অৱনমিত হ’ল ভাৰতীয় পাছপোৰ্ট

২০২৫ চনৰ হেনলি পাছপোৰ্ট সূচকাংকত ভাৰতৰ পাছপোৰ্ট ৰেংকিং বিগত বছৰৰ তুলনাত পাঁচটা স্থান হ্ৰাস পাই ৮৫ নম্বৰলৈ হ্ৰাস পাইছে। ভাৰতীয়...

প্ৰাক্তন বিজেপি বিধায়কৰ ঘৰত তালাচীৰ সময়ত উদ্ধাৰ কুমিৰ; চকু কপালত উঠিল আয়কৰ বিষয়াৰ

প্ৰাক্তন বিজেপি বিধায়কৰ ঘৰত তালাচীৰ সময়ত উদ্ধাৰ কুমিৰ; চকু কপালত উঠিল আয়কৰ বিষয়াৰ

মধ্যপ্ৰদেশৰ প্ৰাক্তন বিজেপি বিধায়কৰ ঘৰ আৰু একাধিক ঠিকনাত আয়কৰ বিভাগৰ অভিযান চলিছিল। তালাচী অভিযানৰ সময়ত উদ্ধাৰ হৈছে তিনিটাকৈ কুমিৰ। ইয়াৰ...

ৰাজ্যৰ কেইবাজনো বন বিষয়াৰ পদোন্নতিৰ ঘোষণা অসম চৰকাৰৰ

ৰাজ্যৰ কেইবাজনো বন বিষয়াৰ পদোন্নতিৰ ঘোষণা অসম চৰকাৰৰ

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ কেইবাজনো বন বিষয়াৰ পদোন্নতিৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে। বৰ্তমান মুখ্য বন...

Page 1255 of 6696 1 … 1,254 1,255 1,256 … 6,696

Stay Connected

Recent News