NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

জ্ঞানব্যাপী মছজিদৰ ভিতৰত এতিয়াৰ পৰা হিন্দুৱে কৰিব পাৰিব উপাসনা, নিৰ্দেশ আদালতৰ

জ্ঞানব্যাপী মছজিদৰ ভিতৰত এতিয়াৰ পৰা হিন্দুৱে কৰিব পাৰিব উপাসনা, নিৰ্দেশ আদালতৰ

জ্ঞানব্যাপী মছজিদৰ ভিতৰত হিন্দুসকলক উপাসনা কৰিবলৈ দিয়া হ'ব অনুমতি। বাৰাণসী জিলা আদালতে দিছে এই নিৰ্দেশ। আদালতে জিলা প্ৰশাসনক পূজা আয়োজনত...

ৰে’ল লাইনত উদ্ধাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

ৰে’ল লাইনত উদ্ধাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

বৃহস্পতিবাৰে গুৱাগাটীৰ ৰেলপথত উদ্ধাৰ হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মৃতদেহ।  জানিব পৰা মতে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱতি লয়...

চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনত নিৰ্বাচনী অসৎ আচৰণক গৰিহণা আম আদমি পাৰ্টি অসম

চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনত নিৰ্বাচনী অসৎ আচৰণক গৰিহণা আম আদমি পাৰ্টি অসম

শেহতীয়াকৈ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত দেখা পোৱা নিৰ্বাচনী ৰিগিং আৰু অনিয়মৰ বাতৰিৰ বিৰুদ্ধে তীব্ৰ গৰিহণা যোগাইছে আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক...

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ১২ ফেব্ৰুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ১২ ফেব্ৰুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফলতাত ভয় খাই বিজেপি চৰকাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰোশমূলক ব্যৱস্থা গ্ৰহণ...

সৌৰজগতত নতুন নক্ষত্ৰ আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে; দেখিবলৈ কেনেকুৱা?

সৌৰজগতত নতুন নক্ষত্ৰ আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে; দেখিবলৈ কেনেকুৱা?

প্ৰায় এটা দশকৰ পাছত জ্যোতিৰ্বিজ্ঞানীসকলে মহাকাশত এটা নতুন ৰহস্যময় নক্ষত্ৰ আৱিষ্কাৰ কৰিছে। জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে নিশাৰ আকাশত থকা এই নক্ষত্ৰটো...

Ravichandran Ashwin Jasprit Bumrah

আইচিচিৰ শীৰ্ষস্থান অক্ষুণ্ণ অশ্বিনৰঃ চতুৰ্থলৈ উন্নীত বুমৰাহ

আইচিচিয়ে প্ৰকাশ কৰা শেহতীয়া টেষ্ট ৰেংকিঙত বলাৰৰ শাখাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে ভাৰতৰ অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। আনহাতে তাৰকা পেচাৰ যশপ্ৰীত...

৪ খন মেচত ৫ টা শতক! বিশ্ব অভিলেখ গঢ়িলে বিধু বিনোদ চোপ্ৰাৰ পুত্ৰ অগ্নিয়ে

৪ খন মেচত ৫ টা শতক! বিশ্ব অভিলেখ গঢ়িলে বিধু বিনোদ চোপ্ৰাৰ পুত্ৰ অগ্নিয়ে

বলীউদৰ প্ৰযোজক তথা পৰিচালক বিধু বিনোদ চোপ্ৰাক কোনে নাজানে। শেহতীয়াকৈ তেওঁৰ `টুৱেলভ ফেইল’ চিনেমাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু এইবাৰ...

Woman who racked up Rs 6 lakh bill

বিল হৈছিল পাঁচ লক্ষাধিক টকা, পৰিশোধ নকৰাকৈ কৰিছিল পলায়নঃ একাউণ্টত ওলাল মাত্ৰ ৪১ টকা

চলিত মাহৰ আৰম্ভণিতে দেশৰ ৰাজধানী দিল্লিত সংঘটিত এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এখন ৫ ষ্টাৰ বিলাসী হোটেলত ৫ লক্ষাধিক...

হেমন্তক দিল্লীৰ পৰা গোপনে ৰাঁচীলৈ পলোৱাত সহায় কৰিছিল কেজৰিৱালে; দাবী বিজেপি সাংসদৰ

হেমন্তক দিল্লীৰ পৰা গোপনে ৰাঁচীলৈ পলোৱাত সহায় কৰিছিল কেজৰিৱালে; দাবী বিজেপি সাংসদৰ

প্ৰায় দুদিন ধৰি সন্ধানহীন হৈ আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন। দিল্লীৰ ঘৰত ইডিৰ অভিযান চলোৱাৰ পূৰ্বে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বীগৰাকীয়ে...

Malaysia's New King Johor Sultan Ibrahim Iskandar

মালয়েছিয়াত নতুন ৰজাঃ অগাধ সম্পত্তি, আছে হিটলাৰে উপহাৰ দিয়া গাড়ী

মালয়েছিয়াৰ সিংহাসনত আৰোহণ কৰিছে এগৰাকী নতুন ৰজাই। নাম তেওঁৰ জোহৰ চুলতান ইব্ৰাহিম ইস্কন্দৰ। এই নতুন ৰজাগৰাকী আন এক কাৰণতো হৈ...

Page 1722 of 6625 1 1,721 1,722 1,723 6,625

Stay Connected

Recent News