• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ১২ ফেব্ৰুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2024 7:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফলতাত ভয় খাই বিজেপি চৰকাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰোশমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৩১ জানুৱাৰীত প্ৰায় ৩ ঘণ্টা ধৰি যোৰহাট সদৰ থানাত আৰক্ষীৰ দ্বাৰা ভূপেন বৰাক জেৰা কৰোৱা কথাটোৱে বিজেপি চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰ স্পষ্ট হৈ পৰিছে। অন্যান্য ৰাজ্যত ভাৰত জোড়ো যাত্ৰা হৈছে যদিও ক’তোৱেই চৰকাৰে এনেধৰণেৰে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশোধপৰায়ণ মনোভাৱ প্ৰকট কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰাইছে। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু সম–অধ্যক্ষ বেদব্ৰত বৰাৰ।

১২ ফেব্ৰুৱাৰীত পুনৰ যোৰহাট আৰক্ষীয়ে ভূপেন বৰাক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে যদিও শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ভূপেন বৰাক আক্ৰমণ কৰা যুৱকজনক এতিয়ালৈকে চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই। এই ঘটনাৰ পৰাই চৰকাৰে যে ফেচিষ্ট নীতি গ্ৰহণ কৰিছে সেই কথা প্ৰমাণ কৰে। ইফালে, ৰাজীৱ ভৱনত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ উপ–সভাপতি দ্বিজেন শৰ্মাই এক সংবাদমেল সম্বোধন কৰি ভূপেন বৰাৰ ওপৰত চৰকাৰে চলোৱা আতিশয্যাৰ তীব্ৰ নিন্দা কৰে।

Apply Now

প্ৰাক্তন সাংসদ শৰ্মাই চৰকাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাত ভীতিগ্ৰস্ত হৈ কংগ্ৰেছ দলৰ সভাপতিক নিৰ্যাতনৰ লক্ষ্য কৰি লৈছে বুলি উল্লেখ কৰে।

সংবাদমেলত দলৰ আন এগৰাকী উপ–সভাপতি নৱকুমাৰ তালুকদাৰে অসম আৰক্ষীলৈ আজি এটি তলা আৰু তিনিটা চাবি প্ৰেৰণ কৰে। সংবাদ মেলত কংগ্ৰেছ নেতাজনে অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ ভাষাৰে সমালোচনা কৰি শোণিতপুৰ জিলাত অপৰাধীৰ মুক্ত বিচৰণক সুবিধা দিয়া বুলি কয় আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তলা মাৰি দিবলৈ পৰামৰ্শ আগবঢ়ায়।

শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কোনো কাম নাই বুলিও তালুকদাৰে অভিযোগ কৰে। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ আব্দুল হামিদ, বলীন কুলী, জ্যেষ্ঠ নেতা মেহদি আলম বৰাও উপস্থিত থাকে। ইয়াৰ পূৰ্বে ৰাজীৱ ভৱনত আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপজা দিন পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপজা দিনটোত তেখেতক আন্তৰিকতাৰে স্মৰণ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd