NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে ফ্ৰান্সত পুনৰবাৰ বিশ্বৰ আগশাৰীৰ নেতাসকল একত্ৰিত হ'বলৈ গৈ আছে। এই সময়ছোৱাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ভাৰতৰ...

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা ধন চুৰি কৰা অভিযোগত অভিযুক্ত লৱকুশ মিশ্ৰৰ ঘৰৰ পৰা প্ৰায় দহ লাখ টকা উদ্ধাৰ কৰা হৈছে।...

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

অহা ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া আইছি-নাগোয়া এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন সংস্থাই এক শক্তিশালী ভাৰতীয় দল ঘোষণা...

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গুৱাহাটীত অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা কঠোৰ অভিযানৰ মাজতেই পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত গৰচুক আৰক্ষী থানাই এক নিয়মীয়া...

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ধৰমশালাত শনিবাৰে অনুষ্ঠিত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত খেলপথাৰত নমাৰ লগে লগেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰবীণ বেটছমেন ৰোহিত শৰ্মাই এক নতুন...

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ। চলিত বৰ্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে চাৰিজন...

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

আমি নিতৌ যি থালখন সজাই খাই আছোঁ, সেইবোৰ সঁচাকৈয়ে স্বাস্থ্যসন্মতনে? নে আমি অজানিতেই নিজৰ শৰীৰত বিষ সোমাই দিছোঁ? সাধাৰণ ৰাইজৰ...

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

সমগ্ৰ দেশজুৰি অভাৱনীয়ভাৱে দেখিবলৈ পোৱা মূল্যবৃদ্ধিৰ মাজতে এছ বি আই ৰিছাৰ্চৰ শেহতীয়া প্ৰতিবেদনে উদঙাইছে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উদ্বেগজনক তথ্য। প্ৰতিবেদন...

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যৰ আবকাৰী বিভাগত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। অসমৰ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আবকাৰী বিভাগে অসম আবকাৰী সংশোধনী নিয়মাৱলী ২০২৬...

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা লাহে লাহে আফস্পা আইন প্ৰত্যাহাৰ কৰা হ'ব বুলি পূৰ্বেই জানিবলৈ দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইতিমধ্যে বেছিভাগ...

Page 226 of 6705 1 … 225 226 227 … 6,705

Stay Connected

Recent News