NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

index.jpg

৭, ৮ আৰু ৯ জানুৱাৰীত মৰাণত অনুষ্ঠিত হ’ব ‘ৰাইজৰ দল’ৰ প্রথমখন ৰাজ্যিক অভিৱৰ্তন

আজি ‘ৰাইজৰ দল’ৰ পতাকা উন্মোচন আৰু দলটোৰ মুখ কাৰ্যালয় উদ্বোধন কৰা হয়। জু-নাৰেংগী পথৰ মঠঘৰীয়াৰ মডাৰ্ণ হাইস্কুলৰ কাষত ঘৰ নং-১...

index.jpg,

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২০ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান সম্প্ৰন্ন; ১৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানৰ বঁটা প্ৰদান

"আজিৰ সাংবাদিকসকলে ত্যাগ স্বীকাৰ কৰিবলৈ শিকিব লাগিব তেতিয়াহে প্ৰকৃত সংবাদ সেৱা সম্ভৱ হ’ব৷ কঠোৰ পৰিশ্ৰম, সাধনা আৰু ত্যাগৰ দ্বাৰাহে আমি...

IMG-20201220-WA0012

শিৱসাগৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

আজি শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত...

index.jpg

অযোধ্যাৰ মছজিদ : ২০০০ লোকে পঢ়িব পাৰিব নামাজ, মছজিদতকৈ ডাঙৰ হ’ব চিকিৎসালয়

উত্তৰ প্ৰদেশ চেন্ট্ৰেল চুন্নী ব’ৰ্ডে প্ৰকাশ কৰিছে অযোধ্যাৰ মছজিদৰ ব্লুপ্ৰীণ্ট। অযোধ্যাৰ ধন্নীপুৰ গাঁৱৰ পাঁচ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া বাবৰি মছজিদতকৈ...

index.jpg

দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহত চামিল পঞ্জাৱৰ চিকিৎসক আৰু নাৰ্ছ : টাট’ শিল্পীসকলৰো অভিনৱ পন্থাৰে সমৰ্থন

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত বিগত ২৬ নৱেম্বৰৰ পৰা দিল্লী সংযোগী সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত থকা কৃষক...

index.jpg1

কোন হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য?: দৌৰত তিনি প্ৰাক্তন ইএম আৰু বিধায়কৰ পুত্ৰ

কোন হ'ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য? দৌৰত প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী...

Portrait of young woman putting on a protective mask

অহা ছমাহলৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিলে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে; পিছে কোন এই মুখ্যমন্ত্ৰী?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ দলীয় সভাত সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি কোভিড১৯ প্ৰটক’লক বৃদ্ধাঋগুষ্ঠ প্ৰদৰ্শন কৰাৰ সময়তে দেশৰ এখন...

WhatsApp Image 2020-12-20 at 12.57.37 PM

৫৯ বছৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

জুভেন্টাছৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে চিৰি-এৰ আওতে পাৰ্মাৰৰ বিৰুদ্ধে দুটা গল কৰি ৫৯ বছৰৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰে। চলিত কেলেণ্ডাৰ বৰ্ষত...

a son-sues-parents-87k-

পু্ত্ৰৰ পৰ্ণ ভিডিঅ’ৰ সংগ্ৰহ নষ্ট কৰি ৫৫ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে এহাল পিতৃ-মাতৃয়ে, ক’ত এই ঘটনা?

পৰ্ণ ভিডিঅ’ চোৱাত অভ্যস্ত পুত্ৰ। পুৱতি নিশালৈকে লেপটপত কেৱল চাই থাকে পৰ্ণ ভিডিঅ’। সেয়ে শাৰীৰিক,মানসিক ভাবে ক্ষতিৰ সন্মুখীন হৈছিল পুত্ৰ।...

aasu unit

টীয়ক কাৱৈমাৰী আৰু উত্তৰ-দক্ষিণ দুলিয়া শাখা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

যোৰহাট জিলাৰ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় আৰু শক্তিশালী শাখা টীয়ক কাৱৈমাৰী শাখা ছাত্ৰ সন্থাৰ সমিতি গঠনৰ সভাখন আজি...

Page 3072 of 5961 1 3,071 3,072 3,073 5,961

Stay Connected

Recent News