বিটিচিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; নিশা তাজত হিমন্ত-হাগ্ৰামাৰ গোপন বৈঠক
গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচিত সদস্য নিযুক্তি প্ৰক্ৰিয়াত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে বিটিচিত নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে। উচ্চ...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচিত সদস্য নিযুক্তি প্ৰক্ৰিয়াত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে বিটিচিত নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে। উচ্চ...
ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ অধ্যক্ষ বলৰাম ভাৰ্গৱৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। কোভিড প’জিটিভ হোৱাৰ পাছতে বলৰাম ভাৰ্গৱক নতুন দিল্লীৰ...
জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক গোলাঘাট জিলা কংগ্ৰেছ সভাপতি পদৰ পৰা অপসাৰণ কৰা...
অসমত শুকুৰবাৰৰ দিনটোত কোভিডৰ সংক্ৰমণৰ ফলত নতুনকৈ এগৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ ফলত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা...
ভাৰতে পাকিস্তানৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে। এই আশংকা ব্যক্ত কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰীশ্বাহ মেহমুদ কুৰেশ্বীয়ে। সংযুক্ত আৰৱ...
আৰক্ষী, তদন্ত আয়োগ তথা দল সংগঠনৰ অবৈধ কয়লা বিৰোধী স্থিতিৰ মাজতেই মাৰ্ঘেৰিটাত বৃস্পতিবাৰে নিশা আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ চোৰাং কয়লা...
বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰিয়েই ৰাজধানী চহৰ নতুন দিল্লীক কোৱাই গৈছে প্ৰচণ্ড শীত প্ৰৱাহে। ৰাজধানী চহৰ খনত আজি সৰ্ব...
মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে আজি মাজুলীত গীৰ্জা ভঙা গোচৰত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায়দান দিয়ে।...
ভাৰতীয় ষ্টেট বেংকৰ ঋণ সমাধান ২০২০ - ২০২১ আঁচনিৰ অধীনত দীৰ্ঘদিন অনাদায় হৈ থকা ঋণৰ এক বিশেষ ৰেহাই ঘোষণা কৰিছে...
২০২১ বৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰিছে চৰকাৰী বন্ধৰ তালিকা।এই তালিকাত সীমিত বন্ধৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd