• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; নিশা তাজত হিমন্ত-হাগ্ৰামাৰ গোপন বৈঠক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 8:29 am

1 min read

বিটিচিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; নিশা তাজত হিমন্ত-হাগ্ৰামাৰ গোপন বৈঠক
1.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচিত সদস্য নিযুক্তি প্ৰক্ৰিয়াত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে বিটিচিত নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গুৱাহাটীৰ বিলাসী তাজ হোটেলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে নিশা গোপন বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমানলৈ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ গোপন বৈঠকৰ প্ৰকৃত উদ্দেশ্য কি সেই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও এই বৈঠকে বিটিচিৰ ৰাজনীতিত প্ৰবল ধুমুহাৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল।

বিপিএফ দলে ১৭ খন আসন, য়ু পি পি এলে ১২ খন আসন, বিজেপিয়ে ৯ খন আসন, গণ সুৰক্ষা পাৰ্টি আৰু কংগ্ৰেছে এখনকৈ আসন লাভ কৰিছিল।

ফলাফল ঘোষণা কৰাৰ পাছতে য়ু পি পি এল প্ৰধান প্ৰমোদ বড়োৱে নিশা হিমন্ত বিশ্ব শৰ্মা, বিজেপি সভাপতি ৰঞ্জিত দাস আৰু গণ সুৰক্ষা পাৰ্টিৰ নৱ শৰণীয়াৰ সৈতে একেলগে বৈঠকত মিলিত হৈ সন্মিলিত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত প্ৰমোদ বড়োৱে নতুন বিটিচি প্ৰধান হিচাপে শপত গ্ৰহণো কৰিছিল কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু হাগ্ৰামা মহিলাৰীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকৰ পাছত প্ৰমোদ বড়োৰ ৰাজনৈতিক ভবিষ্যত কেনে হ’ব সেয়া সময়েহে ক’ব।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd