• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই চি এম আৰৰ অধ্যক্ষ বলৰাম ভাৰ্গৱ কোভিড প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 8:01 am

1 min read

আই চি এম আৰৰ অধ্যক্ষ বলৰাম ভাৰ্গৱ কোভিড প’জিটিভ
1.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ অধ্যক্ষ বলৰাম ভাৰ্গৱৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

কোভিড প’জিটিভ হোৱাৰ পাছতে বলৰাম ভাৰ্গৱক নতুন দিল্লীৰ ইণ্ডিয়ান ইষ্টিটিউট অফ মেডিকেল চায়েঞ্চৰ ট্ৰ’মা চেণ্টাৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, বলৰাম ভাৰ্গৱ সাত-আঠদিন পূৰ্বে কোভিডৰ দ্বাৰা সংক্ৰমিত হৈছিল আৰু হোম আইছ’লেশ্যনত আছিল।

১৫ ডিচেম্বৰত তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত দিল্লী এইমছত ভৰ্তি কৰোৱা হয়।

বৰ্তমান সয়মত জেষ্ঠ চিকিৎসক গৰাকীৰ স্বাস্থ্য স্বাভাৱিক হৈ আছে বুলি এইমছৰ চিকিৎসকে জানিবলৈ দিছে।

উল্লেখযোগ্য যে, ভাৰতত কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা বলৰাম ভাৰ্গৱে দেশত ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণৰ কামত নিয়োজিত হৈ আছিল।

আই চি এম আৰৰ হৈ সংবাদ মাধ্যমক সাক্ষাৎ কৰাৰ সময়ত প্ৰায়ে ভাৰ্গৱক দেখা গৈছিল।

আজি উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটো কোভিড প’জিটিভ হয়।

কোভিড প’জিটিভ মুখ্য মন্ত্ৰী গৰাকীক বৰ্তমান হোম আইছ’লেশ্যনত ৰখা হৈছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd