• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱবৰ্ষত কিমান দিন বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়?চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 6:07 pm
aaaaaa 156101-assam-le
23k
VIEWS
Share on FacebookShare on Twitter

২০২১ বৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে সময়তে ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰিছে চৰকাৰী বন্ধৰ তালিকা।এই তালিকাত সীমিত বন্ধৰ লগতে অৰ্ধছুটী আদিৰো দিন সন্নিবিষ্ট কৰা হৈছে।আহক চাওঁ নৱবৰ্ষৰ কোন কেইটা দিনত চৰকাৰে বন্ধ ঘোষণা কৰিছে—

১৪ আৰু ১৫ জানুৱাৰীঃ মাঘ বিহু, টুছু পূজা

২৩ জানুৱাৰীঃ নেতাজীৰ জন্মদিন

২৬ জানুৱাৰীঃ গণৰাজ্য দিৱস

৩১ জানুৱাৰিীঃ মে ডাম মে ফি

২৭ ফেব্ৰুৱাৰীঃ বীৰ চিলাৰায় দিৱস

২৮ মাৰ্চঃ দৌল যাত্ৰা

২ এপ্ৰিলঃ গুড ফ্ৰাইডে

১৪,১৫,১৬ এপ্ৰিলঃ ব’হাগ বিহু

২১ এপ্ৰিলঃ সতী সাধনী দিৱস

১ মেঃ মে’দিৱস

১২ মে’-দামোদৰ দেৱৰ তিথি

১৪ মে’-ঈদুল ফিটৰ

২৬ মে’-বুদ্ধ পূৰ্ণিমা

২৭ মে’-মাধৱদেৱৰ তিথি

২১ জুলাই- ঈদ উল জোহা

১৫ আগষ্ট-স্বাধীনতা দিৱস

২৭ আগষ্ট- মাধৱদেৱৰ তিথি

২৯ আগষ্ট- কৰম পূজা

৩০ আগষ্ট-জন্মাষ্টমী

৮ ছেপ্তেম্বৰ-শংকৰদেৱৰ তিথি

২ অক্টোৱৰ-মহাত্মা গান্ধীৰ জন্ম তিথি

১২,১৩,১৪ অক্টোৱৰ-দুৰ্গা পূজা

১২ অক্টোৱৰ-শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ

১৮ অক্টোৱৰ- কাতি বহু

৪ নৱেম্বৰ- কালী পূজা,দেৱালী

৬ নৱেম্বৰ-ভাতৃ দ্বিতীয়া

১০ নৱেম্বৰ- ষট পূজা

১৯ নৱেম্বৰ- গুৰু নানকৰ জন্মদিৱস

২৪ নৱেম্বৰ- লাচিত দিৱস

২ ডিচেম্বৰ- অসম দিৱস

২৫ ডিচেম্বৰ- বৰদিন

১৯ আগষ্ট মহৰম আৰু ২০ অক্টোৱৰত লক্ষ্মীপূজা উপলক্ষে অৰ্ধ ছুটী ঘোষণা কৰা হৈছে।প্ৰতি সপ্তাহৰ দ্বিতীয় আৰু চতুৰ্থ সপ্তাহত চৰকাৰী বন্ধ থাকিব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd