NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত আজি গুৱাহাটীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজীৱ ভৱনৰ পৰা...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সমস্যা যেন ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াক লৈ চলি থকা বিতৰ্কৰ...

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা কৃষক ভাৰতী কো-অপাৰেটিভ লিমিটেড চমুকৈ কৃভকোৰ ৪৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্ৰতিষ্ঠানটোৱে এক বৃহৎ সফলতাৰ...

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনী প্ৰক্ৰিয়াত জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো বিৰোধী দলসমূহে কিয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছে, তাক লৈ এইবাৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ...

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটে ৰাজ্যখনত মুছলমান বিবাহ পঞ্জীয়নৰ নতুন নিয়মৱলীত অনুমোদন জনাইছে। সমগ্ৰ ৰাজ্যতে বিবাহ পঞ্জীয়নৰ...

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

অসমৰ বিশিষ্ট মানৱাধিকাৰ কৰ্মী তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক জম্মু-কাশ্মীৰত সন্মানীয় 'ডুগৰ দা সন্মান' (DUGGAR DA SAMMAN) প্ৰদান কৰা হৈছে।...

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

ধাৰাসাৰ বৰষুণ অব্যাহত আছিল। জনজীৱন বিপৰ্যস্ত হৈ পৰিছিল। বিপদ আৰু বৃদ্ধি কৰি ছিকিমত সংঘটিত হ’ল অধিক ভয়াৱহ ভূমিস্খলন। পাহাৰৰ পৰা...

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিশ্ব চলচ্চিত্ৰৰ মজিয়ালৈ এক বিৰল যাত্ৰা আৰম্ভ কৰি নাগালেণ্ডৰ নৱাগত পৰিচালক থেজা ৰিঅ'ৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'আং'-এ...

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

বাতৰি অনুসৰি, যোৱা এবছৰত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মুঠ সম্পদ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ পিছতো সদ্য প্ৰকাশিত ‘হুৰুণ ইণ্ডিয়া ৰিচ...

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় শ্বুটাৰৰ আধিপত্য অব্যাহত ৰাখি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড ডাবলছ শাখাত সুৰুচি সিং আৰু কমলজিতে ঐতিহাসিক...

Page 34 of 6696 1 … 33 34 35 … 6,696

Stay Connected

Recent News