NE NOW NEWS

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

IMG_20200830_090433

মাৰ্ঘেৰিটাত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ, হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ

 তিনিচুকীয়া জিলাৰ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা চিমা পথাৰত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে প্ৰকৃতিপ্ৰেমী লোকৰ হৃদয়। দীৰ্ঘদিনে চিমা পথাৰ...

WhatsApp Image 2020-08-30 at 10.21.07 AM

ক্ৰয় নকৰাকৈয়ে হওক গাড়ীৰ গৰাকী; মাৰুতিয়ে দিছে এই সুবিধা

গাড়ী কিনাৰ সপোন সকলোৰে থাকে যদিও বহুতেই পইচাৰ অভাৱত সেই সসপোন পূৰণ কৰিব নোৱাৰে। এনে লোকসকলক মাৰুতি চুজুকিয়ে  ক্ৰয় নকাৰকৈয়ো...

shooting-guns

চাঞ্চল্য: ৰে’ল বিষয়াৰ নাবালিকা কন্যাই গুলীয়াই হত্যা কৰিলে মাতৃৰ লগতে ভাতৃক

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে লক্ষ্ণৌৰ লগতে সমগ্ৰ দেশকে। লক্ষ্ণৌৰ ৰে’লৱে কলনীৰ চৰকাৰী আৱাসগৃহত এগৰাকী শীৰ্ষ ৰে’ল বিষয়াৰ নাবালিকা কন্যাই...

Picture-of-dead

মৃত সৈনিকৰ স্মৃতি ফলকে প্ৰমাণ কৰে গালোৱানৰ সংঘৰ্ষত নিহত হৈছিল বহু চীনা সেনা

পূব লাডাখৰ গালোৱানত ১৫ জুনৰ দিনা ভাৰতীয় সেনাৰ ওপৰত চীনৰ সেনাই চলোৱা আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাই । এই...

WhatsApp Image 2020-08-30 at 9.10.13 AM

কৰ’নাৰ বিধি উলংঘা: বিজেপি সাংসদ সাক্ষী মহাৰাজক ১৪দিনৰ কোৱাৰেন্টাইনলৈ প্ৰেৰণ

কৰ’নাৰ আতংকৰ মাজতে স্বাস্থ্যবিধি অমান্য কৰি ঘুৰি ফুৰাৰবাবে উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ সাক্ষী মহাৰাজক ঝাৰখণ্ড আৰক্ষীয়ে ১৪ দিনৰ বাবে হোম...

army-encounter-new-750x375

জম্মু-কাশ্মীৰত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৩জন সন্ত্ৰাসবাদী নিহত; এগৰাকী আৰক্ষী শ্বহীদ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। শনিবাৰে মাজনিশা সন্ত্ৰাসবাদীয়ে চিআৰপিএফ আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী দলৰ ওপৰত শ্ৰীনগৰৰ পান্থা চ’কীত...

Covid-test-image

ভাৰতত প্ৰতিদিনে কোভিডত আক্ৰান্ত হৈছে গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত...

india-and-pakistan-

অৱশেষত সিদ্ধান্ত সলালে ভাৰতে: ৰাছিয়াত চীন-পাকিস্তানৰ সৈতে ভাগ নলয় সামৰিক অনুশীলনত

ছ’চিয়েল মিডিয়াকে ধৰি অন্যান্য মাধ্যমত হোৱা সমালোচনাৰ অন্তত ৰাছিয়াত ছেপ্তেম্বৰৰ ১৫-২৬ তাৰিখলৈ হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলনত ভাগ লোৱাৰ সিদ্ধান্ত সলনি...

bigbazaar-representative image

ৰিলায়েন্সৰ হাতলৈ ফিউচাৰ গ্ৰুপৰ ৰিটেইল বিজনেছ বিগ বাজাৰ আৰু FBB

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনৰ কোম্পানী ৰিলায়েন্স ৰিটেইল ভেন্সাৰ্ছ লিমিটেডে ফিউচাৰ গ্ৰুপৰ ৰিটেইল আৰু হোলচেল ব্যৱসায় আৰু লজিষ্টিকছ এণ্ড ৱেৰহাউছিং ব্যৱসায় নিজৰ...

Nipjyoti-Barua-750x375

কোভিডত আক্ৰান্ত অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ মৃত্যু

কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু ঘটিছে অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ। কিছুদিন পূৰ্বে...

Page 3407 of 5981 1 3,406 3,407 3,408 5,981

Stay Connected

Recent News