NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Sushant-Rhea-2020-1

সুশান্তৰ ঘৰ এৰি যোৱাৰ দিনাই ৰিয়াই ধ্বংস কৰিছিল ৮টা হাৰ্ড ড্ৰাইভ; ঘনীভূত হৈ পৰিছে ৰহস্য

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰি থকা চিবিআইৰ জেৰাত মুখ খুলিছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানিয়ে। চিবিআইৰ মাৰাথান জেৰাৰ সন্মুখীন হৈছে...

shopian-

স্বাধীনতাৰ ৭৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্যুতৰ আলোকেৰে আলোকিত কাশ্মীৰৰ মাছিল

পাক-ভাৰত সীমান্তৰ মাছিল ছেক্টৰৰ নামে প্ৰায়ে দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। কাশ্মীৰৰ বিতোপন প্ৰকৃতিৰ মাজত গঢ় লৈ উঠা...

AHSEC_Promotes_H

উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ পাঠ্যক্ৰমত শিক্ষা সংসদে ঘটালে পৰিৱৰ্তন, কি সেই পৰিৱৰ্তন?

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পাঠ্যক্ৰমত কেতবোৰ বিশেষ সালসলনি ঘটাইছে। শিক্ষা সংসদে প্ৰেৰণ কৰা বিজ্ঞপ্তিত...

kevin Mayer CEO Tiktak

আমেৰিকাৰ হেঁচা: TikTokৰ চিইঅ’ কেভিন মেয়ৰে চাকৰিৰ পৰা কৰিলে পদত্যাগ

বিগত কেই সপ্তাহ ধৰি আমেৰিকাত নিষিদ্ধ হোৱাৰ চৰ্চা লাভ কৰি থকা টিকটকৰ মুখ্য কাৰ্যবাহী বিষয়া কেভিন মেয়ৰে চাকৰিৰ পৰা ইস্তাফা...

অতি শীঘ্ৰে বিৰাট-অনুষ্কাৰ সংসাৰলৈ আহি আছে নতুন আলহী

অতি শীঘ্ৰে বিৰাট-অনুষ্কাৰ সংসাৰলৈ আহি আছে নতুন আলহী

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বলিউডৰ জনপ্ৰিয় নায়িকা অনুষ্কা শৰ্মাৰ জীৱনলৈ অতি শীঘ্ৰে আহিব নতুন আলহী। অহা বছৰৰ...

নিউজিলেণ্ডৰ ইতিহাসত প্ৰথম : ক্ৰাইষ্টচাৰ্ছৰ গণহত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

নিউজিলেণ্ডৰ ইতিহাসত প্ৰথম : ক্ৰাইষ্টচাৰ্ছৰ গণহত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

শান্তি প্ৰিয় দেশ নিউজিলেণ্ডৰ ইতিহাসত প্ৰথমজনক অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে। বৃহস্পতিবাৰে ক্ৰাইষ্টচাৰ্ছ গণহত্যাৰ হত্যাকাৰী শ্বেতাংগ যুৱক ব্ৰেণ্টন ট’ৰণ্টক...

কোহলী আৰু এম এছ ধোনীৰ নেতৃত্বৰ মাজত বৃহৎ পাৰ্থক্য আছে বুলি ক’লে এজন প্ৰাক্তন ক্ৰিকেটাৰে

কোহলী আৰু এম এছ ধোনীৰ নেতৃত্বৰ মাজত বৃহৎ পাৰ্থক্য আছে বুলি ক’লে এজন প্ৰাক্তন ক্ৰিকেটাৰে

বিৰাট কোহলী আৰু অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীৰ মাজত নেতৃত্বৰ বৃহৎ পাৰ্থক্য থকা বুলি অভিহিত...

maxresdefault

দক্ষিণ চীন সাগৰত যুদ্ধৰ দামামা! : মাৰ্কিন তহলদাৰী বিমানলৈ লক্ষ্য কৰি চীনৰ মিছাইল নিক্ষেপ!

দক্ষিণ চীন সাগৰত উত্তপ্ত হৈছে পৰিস্থিতি। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত দক্ষিণ চীন সাগৰকলৈ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে। আন্তৰাষ্ট্ৰীয় সংবাদ...

কোৱাৰেণ্টাইনৰ সময় শেষ; অনুশীলন আৰম্ভ কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান ৰয়েলছৰ

কোৱাৰেণ্টাইনৰ সময় শেষ; অনুশীলন আৰম্ভ কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান ৰয়েলছৰ

য়ু এ ইত অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ বাবে আয়োজকে প্ৰস্তুতি চলাই থকাৰ মাজতে কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান...

সাৱধান! ৰন্ধন গেছৰ নাটনিত ভূগিব পাৰে অসম তথা উত্তৰ-পূবৰ গ্ৰাহক

সাৱধান! ৰন্ধন গেছৰ নাটনিত ভূগিব পাৰে অসম তথা উত্তৰ-পূবৰ গ্ৰাহক

অসম তথা উত্তৰ-পূবত ৰন্ধন গেছৰ তীব্র নাটনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰি...

Page 3414 of 5979 1 3,413 3,414 3,415 5,979

Stay Connected

Recent News