• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দক্ষিণ চীন সাগৰত যুদ্ধৰ দামামা! : মাৰ্কিন তহলদাৰী বিমানলৈ লক্ষ্য কৰি চীনৰ মিছাইল নিক্ষেপ!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 11:44 am
maxresdefault

প্ৰতিনিধিত্বমূলক ফ'টো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ চীন সাগৰত উত্তপ্ত হৈছে পৰিস্থিতি। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত দক্ষিণ চীন সাগৰকলৈ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি দক্ষিণ চীন সাগৰৰ বিতৰ্কিত জলৰাশিত চীনৰ সৈন্যই যুদ্ধৰ অনুশীল আৰম্ভ কৰিছে।

Apply Now

ফলত চীনে এই সমগ্ৰ অঞ্চলৰ আকাশ মাৰ্গক ‘ন’ ফ্লাই জ’ন’ হিচাপে ঘোষণা কৰি বিমান উৰণত নিষেধাজ্ঞা জাৰি কৰিছে।

যোৱা মংগলবাৰে উক্ত নিষেধাজ্ঞা জাৰি কৰা আকাশ মাৰ্গত এখন মাৰ্কিন U-2 বিমানে তহলদাৰী কৰে।

২৪ ঘণ্টাৰ ভিতৰত চীনৰ গতিবিধি নিৰীক্ষণ কৰাৰ উদ্দেশ্যে উক্ত অঞ্চলৰ আকাশ মাৰ্গত পুনৰ এখন RC-135S মাৰ্কিন বিমানে তহলদাৰী কৰে।

ইয়াৰ পিছতে আমেৰিকাৰ ওচৰত চীনে কূটনৈতিক স্তৰত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰাতে ক্ষান্ত নাথাকি চীনে আমেৰিকাক সতৰ্ক কৰিবলৈ দুটা অত্যাধুনিক তথা উচ্চ ক্ষমতাসম্পন্ন মিছাইল নিক্ষেপ কৰে।

জানিব পৰা মতে উক্ত নিক্ষেপ কৰা মিছাইল দুটাৰ এটা হৈছে DF-26 বালেষ্টিক মিছাইল, যিটো ৪ হাজাৰ কিলোমিটাৰ পৰ্যন্ত আঘাত সানিবলৈ সক্ষম। এই মিছাইলটোৱে স্থল আৰু জল পথেৰেও আণৱিক অস্ত্ৰ কঢ়য়াই নি শত্ৰপক্ষক আঘাত কৰিব পাৰে।

চীনে নিক্ষেপ কৰা আনটো মিছাইল হৈছে DF-21, যিটোৱে ১ হাজাৰ ৮ শ কিলোমিটাৰ পৰ্যন্ত আঘাত সানিব পাৰে। বিশেষতঃ চীনে যুদ্ধ বিমানৰ বিৰুদ্ধ ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছে এইটো মিছাইল।

উল্লেখ্য যে যোৱা মাহত দক্ষিণ চীন সাগৰত যুদ্ধবিমান পৰিবাহী USS Nimitz আৰু USS Ronald Reagan-ৰে মাৰ্কিন নৌসেনাই সামৰিক অনুশীলন আৰম্ভ কৰিছে।

চীনে উক্ত মাৰ্কিন যুদ্ধ জাহাজ দুখন মিছাইল নিক্ষেপেৰে ডুবাই দিয়াৰ ইঙ্গিত প্ৰদান কৰিবলৈকে এই দুই মিছাইল নিক্ষেপ কৰা বুলিও বিশ্লেষকসকলে ধাৰণা কৰিছে।

স্মৰ্তব্য যে চীনে দক্ষিণ চীন সাগৰৰ ৯০% এলেকা নিজৰ বুলি দাবী কৰি অহাৰ ফলত জাপান, ফিলিপাইন্সসহ একাধিক দেশৰ সৈতে সংঘাত বৃদ্ধি পাইছে বৃইজিঙৰ।

বিশ্ব বাণিজ্যৰ ক্ষেত্ৰৰ অতি গুৰুত্বপূৰ্ণ এই অঞ্চলটোত বাৰ্ষিক ৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ আন্তৰ্জাতিক বাণিজ্য হয়। সেয়ে এই অঞ্চলটোৰ বাণিজ্যিক আৰু সামৰিকভাৱে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd