NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

মণিপুৰত পাঁচগৰাকী কংগ্ৰেছ বিধায়কৰ পদত্যাগ পত্ৰ গ্ৰহণ

মণিপুৰত পাঁচগৰাকী কংগ্ৰেছ বিধায়কৰ পদত্যাগ পত্ৰ গ্ৰহণ

মণিপুৰ বিধানসভাৰ অধ্যক্ষ ওৱাই খেমচান্দ সিঙে মঙলবাৰে কংগ্ৰেছৰ ছয়গৰাকীৰ ভিতৰত পাঁচগৰাকী বিধায়কৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে আস্থাৰ...

পুলৱামাত সংঘৰ্ষত এগৰাকী সেনা জোৱান চহিদ, এজন সন্ত্ৰাসবাদীৰ মৃত্যু

পুলৱামাত সংঘৰ্ষত এগৰাকী সেনা জোৱান চহিদ, এজন সন্ত্ৰাসবাদীৰ মৃত্যু

বুধবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী সেনা বাহিনীৰ জোৱান চহিদ হোৱাৰ লগতে এজন...

অহা মাৰ্চ মাহৰ ভিতৰত বিক্ৰী কৰা হ’ব Air India আৰু BPCL; বিত্ত মন্ত্ৰীৰ ঘোষণা

১৪ খন ৰাজ্যলৈ ৬,১৯৫.০৮ কোটি টকা মুকলি কেন্দ্ৰৰ; অসমে লাভ কৰিব ৬৩১ কোটি

ঘাটি ৰাজহৰ অনুদানৰ অংশস্বৰূপে কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে মঙলবাৰে পঞ্চমটো মাহিলী কিষ্টি অসমকে ধৰি ১৪ খন ৰাজ্যৰ বাবে মুকলি কৰি দিয়ে।...

জ’ বিদেনৰ সহযোগী ভাৰতীয় মূলৰ কমলা হেৰিছ ডেমক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

জ’ বিদেনৰ সহযোগী ভাৰতীয় মূলৰ কমলা হেৰিছ ডেমক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেমোক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ' বিদেনে ভাৰতীয় মূলৰ কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত...

১২-১৫ আগষ্টৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

১২-১৫ আগষ্টৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

উত্তৰ-পশ্চিম ভাৰতত ১২ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। আগন্তুক ৪-৫ দিনৰ ভিতৰত...

মিজোৰামত এগৰাকী প্ৰসূতিক সন্তান প্ৰসৱ কৰোৱালে চিকিৎসক বিধায়কে

মিজোৰামত এগৰাকী প্ৰসূতিক সন্তান প্ৰসৱ কৰোৱালে চিকিৎসক বিধায়কে

মিজোৰাম চৰকাৰৰ এগৰাকী চিকিৎসক বিধায়কে চম্ফাই জিলাৰ এগৰাকী গৰ্ভৱতী মহিলাক অপাৰেশ্যন কৰি সন্তান প্ৰসৱ কৰোৱাত সহায় কৰা কাৰ্যক সকলোৱে শলাগ...

Bumrah

মালিংগা, ষ্টাৰ্কক অতিক্ৰমি বুমৰাহক চুপাৰ অভাৰৰ বাবে বাচনি কৰিলে এইগৰাকী ক্ৰিকেটাৰে

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাই চুপাৰ অভাৰত বলিং কৰাৰ বাবে ভাৰতীয় তাৰকা বেগী বলাৰ জাচপ্ৰীত...

সামূহিক সংক্ৰমণ ৰোধৰ বাবে আইজলত সম্পুৰ্ণ ল’কডাউন

সামূহিক সংক্ৰমণ ৰোধৰ বাবে আইজলত সম্পুৰ্ণ ল’কডাউন

ক'ৰ'না ভাইৰাছৰ সামূহিক সংক্ৰমণ ৰোধ কৰাৰ বাবে মিজোৰামৰ ৰাজধানী আইজলৰ দুটাকৈ স্থানত জিলা প্ৰশাসনে সম্পুৰ্ণ ল'কডাউন ঘোষণা কৰিছে। দোৰপুই ভেংগথাৰ...

অৰুণাচলত ৪.১ প্ৰাবল্যৰ ভূমিকম্প

মণিপুৰত ৪.০ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

মঙলবাৰে মণিপুৰৰ চান্দেল জিলাত এটা ৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ মতে মণিপুৰৰ মইৰাঙৰ পৰা ৪৩ কিলোমিটাৰ দক্ষিণপূবত...

gun-2227646_1920

যোগী আদিত্যনাথৰ ৰাজ্যত প্ৰাতঃ ভ্ৰমণলৈ গৈ প্ৰাণ গ’ল নিজ দলৰে এগৰাকী নেতাৰ

ক্ৰমাৎ হত্যা হিংসাৰ অভিকেন্দ্ৰ হৈ পৰিছে যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশ। কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় লোক দলৰ এগৰাকী নেতাক উত্তৰ...

Page 3461 of 5981 1 3,460 3,461 3,462 5,981

Stay Connected

Recent News