• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৪ খন ৰাজ্যলৈ ৬,১৯৫.০৮ কোটি টকা মুকলি কেন্দ্ৰৰ; অসমে লাভ কৰিব ৬৩১ কোটি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 12, 2020 9:59 am

1 min read

অহা মাৰ্চ মাহৰ ভিতৰত বিক্ৰী কৰা হ’ব Air India আৰু BPCL; বিত্ত মন্ত্ৰীৰ ঘোষণা

নিৰ্মলা সীতাৰমন। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

428
VIEWS
Share on FacebookShare on Twitter

ঘাটি ৰাজহৰ অনুদানৰ অংশস্বৰূপে কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে মঙলবাৰে পঞ্চমটো মাহিলী কিষ্টি অসমকে ধৰি ১৪ খন ৰাজ্যৰ বাবে মুকলি কৰি দিয়ে।

কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰ্যালয়ে ১৪ খন ৰাজ্যৰ বাবে মুঠ ৬,১৯৫.০৮ কোটি টকা মুকলি কৰি দিয়ে।

কেন্দ্ৰ চৰকাৰে ৬৩১ কোটি টকা অসম, ১২৭৬ কোটি টকা কেৰালা, ৯৫২ কোটি টকা হিমাচলপ্ৰদেশ, ৬৩৮ কোটি টকা পঞ্জাৱ, ৪৯১ কোটি টকা অন্ধ্ৰপ্ৰদেশ, ৪২৩ কোটি টকা উত্তৰাখণ্ড আৰু ৪১৭ কোটি টকা পশ্চিমবংগৰ বাবে মুকলি কৰি দিয়ে।

”ক’ৰ’নাৰ সংকটৰ সময়ত এই অনুদানে ৰাজ্যসমূহক অতিৰিক্ত সকাহ দিব,” বিত্ত মন্ত্ৰ্যালয়ে এটা বিবৃতিত উল্লেখ কৰে।

পঞ্চম বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কেন্দ্ৰ চৰকাৰে এই বিত্তীয় সাহায্য ৰাজ্যসমূহলৈ আগবঢ়াই আহিছে।

কেন্দ্ৰ চৰকাৰৰ এই অনুদানে ৰাজ্যসমূহক কোভিডৰ বিৰুদ্ধে যুঁজাৰ বিভিন্ন ক্ষেত্ৰত যেনে কোৱাৰেণ্টাইনৰ সুবিধা, নমুনা সংগ্ৰহ আদি ক্ষেত্ৰত সহায় কৰিব।

বিত্ত বিভাগে ৰাজ্যসমূহে এই অনুদানৰ ধন প্ৰশাসন, আৰক্ষী, চিকিৎসাকৰ্মী আদিসকলৰ পি পি ই কিট ক্ৰয় কৰাৰ লগতে থাৰ্মেল স্কেনাৰ, ভেণ্টিলেটৰ আদি ক্ৰয় কৰাৰ ক্ষেত্ৰতো ব্যয় কৰিব পাৰিব বুলি উল্লেখ কৰে।

Recent News

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

index

কৰ’নাত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং; দিল্লীৰ এইমছত ভৰ্তি

মানুহৰ জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয়, পশ্চিমবংগত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কংগ্ৰেছে

মানুহৰ জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয়, পশ্চিমবংগত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কংগ্ৰেছে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd